• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধিক অসম আৰক্ষী! শালকোচাত সুৰা বিপনীৰ বিৰোধিতা কৰা শিক্ষাৰ্থীৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী

আৰক্ষীৰ লাঠিচালনাত আহত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 15, 2021 4:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জননেতা শৰৎ চন্দ্ৰ সিংহৰ আৰ্দশক জলাঞ্জলি দি অসম চৰকাৰে চাপৰ-শালকোচাত সুৰাৰ বিপনীৰ অনুমতিৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাৱস্ত্য কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত জঁপিয়াই পৰিল অসম চৰকাৰৰ আৰক্ষী বাহিনী।

আছু’ৰ সহযোগত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰা প্ৰতিবাদী কাৰ্যসূচী আৰক্ষীৰ আক্ৰমণত তছনছ হৈ পৰে।

Apply Now

শিক্ষাৰ্থীৰ প্ৰতিবাদৰ ফলত দুৰণিবটীয়া যান-বাহনকে ধৰি শালকোচাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োকাষে আৱদ্ধ হৈ পৰে শ-শ যান-বাহন।
চাপৰৰ শালকোছাত উত্তপ্ত পৰিস্থিতি । শালকোছাত অৱৈধ ভাৱে স্থাপন হোৱা সুৰাৰ বিপনী বাতিলৰ দাবীত উত্তপ্ত হৈ পৰে পৰিস্থিতি ।

আছু ,আক্ৰাছুকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে শ শ কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ। সুৰাৰ বিপনী বন্ধ কৰক,অসম চৰকাৰ হায় হায় আৱকাৰী বিভাগ হায় হায় আদি বিভিন্ন শ্লোগানেৰে দল সংগঠনৰ তীব্র প্রতিবাদ।

প্ৰতিবাদস্হলীত দুৰণিবটীয়া যান-বাহনকে ধৰি শালকোছাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োকাষে শ-শ যান-বাহন আৱদ্ধ হৈ পৰে। প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীক আৰক্ষী লাঠিচালনা কৰে আৰক্ষীয়ে। আৰক্ষীৰ লাঠিৰ কোবত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় কেইবা গৰাকী ছাত্ৰ ছাত্ৰী ।

প্ৰশাসনৰ সন্মুখতে প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ ভয় নকৰি শ শ স্কুলীয়া ছাত্ৰ- ছাত্ৰী আৰু ৰাইজে ভাঙিলে অবৈধ সুৰাৰ বিপনী।

সুৰাৰ বিপনী বন্ধ নকৰিলে ইয়াতকৈ আৰু অধিক জঙ্গি আন্দোলন গঢ়ি তুলিব বুলিও হুঙ্কাৰ প্ৰদান কৰে।

আনহাতে আৰক্ষীয়ে কণ-কণ ছাত্ৰী ওপৰত লাঠিচালনা কৰি গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে অসমৰ মুখ্য মন্ত্ৰীক উক্ত ঘটনাৰ তদন্তৰ বাবে দাবী উত্থাপন কৰিছে সচেতন মহলে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd