• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউনৰ মাজতে বোকাখাতত চুলাইৰ ভাতীত আৰক্ষীৰ অভিযান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , March 28, 2020 6:35 pm

1 min read

ল’কডাউনৰ মাজতে বোকাখাতত চুলাইৰ ভাতীত আৰক্ষীৰ অভিযান
1.7k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত ল’কডাউন চলি থকাৰ মাজতে এচাম অসাধু লোকে অবৈধভাৱে চুলাই তৈয়াৰ কৰি অতি সংগোপনে ৰমৰমীয়া ব্যৱসায় চলাই আছে। বোকাখাতৰ ভকত চাপৰি, লখৌজান, চাপৰি গাঁও আদি বিভিন্ন প্ৰান্তত একাংশ লোকে নিজৰ ঘৰতে চুলাই মদ প্ৰস্তুত কৰি ব্যৱসায় চলাই আহিছে।

বোকাখাতৰ যান বাহন শাখাৰ আৰক্ষী বিষয়া গোবিন কাকতীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি চাপৰি গাঁৱত এক অভিযান চলাই বৃহৎ পৰিমানৰ চুলাই মদ আৰু ভালেমান লোকৰ বাসগৃহত চুলাই মদৰ ভাতী ধ্বংস কৰে।

অভিযান কালত কোনো লোকক আটক কৰা নাই যদিও চুলাই বনোৱা সকলোবিলাক ভাতী ভাঙি পেলোৱাৰ লগতে চুলাই প্ৰস্তুত কৰা বহু সঁজুলি জব্দ কৰা হয়। ইয়াৰ আগতেও গাঁওখনত আবকাৰী বিভাগৰ সহযোগত চুলাই মদৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল৷

উল্লেখযোগ্য যে ল’কডাউনৰ সময়ত এই চুলাইৰ ঘাটীসমূহত লুকাই-চুৰকৈ বিভিন্ন লোকৰ সমাগম হয়। সেয়ে বোকাখাতৰ ৰাইজে আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয়। ইফালে ক’ৰ’না ভাইৰাছৰ সংক্ৰমনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি অতি গুৰুত্বপূৰ্ণ ন’হলে গোচৰ পঞ্জীয়ণ নকৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।

আনহাতে বোকাখাত আৰক্ষীয়ে নগৰখনত ঘুৰি ফুৰা গৃহহীন আৰু মানসিক ৰোগী সকলক খাদ্যৰ যোগান ধৰে।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd