• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নীলোৎপল, অভিজিৎ হত্যাকাণ্ডৰ অভিযোগনামা ৫ ছেপ্তেম্বৰৰ পূৰ্বে দাখিল কৰিবলৈ সাজু আৰক্ষী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2018 12:41 pm
nilotpal-das-abhijeet-nath-who-were-lynched-death-karbi-anglong-570x320
121
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্য তথা দেশ কঁপাই যোৱা কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত নীলোৎপল দাস আৰু অভিজিৎ নাথৰ নিৰ্মম হত্যাকাণ্ড গোচৰৰ তদন্ত সম্পূৰ্ণ হৈছে। ইয়াৰ লগতে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে গোচৰৰ মূল অভিযুক্তকে ধৰি সংশ্লিষ্ট সকলো অভিযুক্তৰে ম’বাইলৰ বিতং কল ৰেকৰ্ডছ আৰু যাৱতীয় ফৰেণছিক পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে তদন্তকাৰী বিষয়াই লাভ কৰিছে। আৰক্ষীয়ে এতিয়া কেইদিনমানৰ ভিতৰতে অভিযোগনামাখন দাখিল কৰিব পৰাকৈ চূড়ান্ত কৰিছে।

সূত্ৰসমূহে জানিব দিয়া মতে মূল অভিযুক্ত আলফাজ’ছ টিমুং ওৰফে আলফাকে ধৰি মুঠ ৪৮জন কাৰাবন্দী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰা হৈছে। গোচৰটোৰ অভিযুক্তসকলৰ প্ৰথমজনক গ্ৰেপ্তাৰ কৰা অহা ৫ ছেপ্টেম্বৰত ৯০ দিন সম্পূৰ্ণ হ’ব। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত অভিযোগনামা দাখিল কৰাটো নিশ্চিত কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে  উক্ত ঘটনা সন্দৰ্ভত এখন নিজাববীয়া জনস্বাৰ্থজড়িত আবেদনৰ লগতে এগৰাকী অধিবক্তাই দাখিল কৰা এখন জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিলৰ বাবে যোৱা ১৬ আগষ্টত পুনৰবাৰ সকীয়াই দিছিল।

যোৱা ১৬ আগষ্টৰ শুনানিকালত ফৰেণচিকৰ প্ৰতিবেদন সম্পূৰ্ণ লাভ নকৰাৰ বাবে অভিযোগনামা দাখিল কৰিব পৰা নাই বুলি সদৰী কৰি আদালতৰ পৰা আৰক্ষীয়ে সময় বিচাৰিছিল। আদালতে ৩ ছেপ্টেম্বৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি আৰক্ষীক ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd