• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গৰ মৃত্যুক লৈ চলিছে ৰাজনীতি! মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2025 10:17 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুৰ ঘটনাই ৰাজ্যবাসীক এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে। ৰাজ্যজুৰি এই ঘটনাৰ সঠিক তদন্তৰ দাবী উঠিছে। একে সময়তে ঘটনাৰ তদন্তত চৰকাৰৰ ভূমিকাক লৈয়ো উঠিছে সন্দেহৰ আঙুলি। এনে পৰিস্থিতিত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি অতি স্পৰ্শকাতৰ হৈ পৰিছে। এনে পৰিস্থিতিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত হ’ব নে সেই লৈ শংকিত হৈ পৰিছে সচেতন মহল।

ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গৰ এই মৃত্যুৰ ৰহস্য ফদিল কৰা আৰু দোষীসকলক শাস্তি দিয়াৰ দাবীত সৰৱ হৈ পৰিছে অনুৰাগীসকল। কি বিৰোধী  কি শাসক দল সকলোৱে নিজ স্বাৰ্থ পৰিহাৰ কৰি সঠিক তদন্তত সহযোগিতা কৰাৰ বিপৰিতে নিকৃষ্ট ৰাজনীতিত নামি পৰিছে। খোদ মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত অতি তৰল মন্তব্য কৰা পৰিলক্ষিত হৈছে। নিজৰ দাবদ্ধতা দেখুৱাবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছসহ আঞ্চলিক দলসমূহক ঘটনাটোক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

মুখ্যমন্ত্ৰীৰ এই অভিযোগৰ পাছত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰত্যুত্তৰত, মুখ্যমন্ত্ৰীৰ সমালোচনা কৰি কয়, “মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ কংগ্ৰেছ দলে ৰাজনীতি কৰা বুলি ক’ব বিচাৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে হে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লী পোৱাৰ দিনাই ৰাজনীতি আৰম্ভ কৰিছিল। একমাত্র ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বড়ো গামোছাখন জুবিনক দিল্লীলৈ অনি শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়াইছিল।”

শইকীয়াই আৰু কয়, “মোৰ কোনো জনগোষ্ঠীৰ প্ৰতি অসন্মান নাই। আমাৰ অসমত ৪০-৫০টা জনগোষ্ঠী আছে, প্ৰত্যেকৰে নিজৰ স্বাভিমান আছে। আজি ৬টা জনগোষ্ঠীয়ে আন্দোলন কৰি আছে, তেখেতসকলৰ গামোছাখনতো নিদিলে। কাৰণ ২২ তাৰিখে বড়োলেণ্ডৰ ভোটদানৰ দিন আছিল। বড়োলেণ্ডৰ মানুহক আকৰ্ষিত কৰিবলৈ বড়ো গামোছাখন জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত দিল্লীত শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়াইছিল।” মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি শইকীয়াই কয়, “গতিকে তেওঁ আনক ৰাজনীতি কৰা বুলি কোৱাৰ আগতেই নিজে কেনেকৈ ৰাজনীতি কৰিছে সেয়া নিজে চাব লাগে। জুবিন গাৰ্গৰ মৃত্যুক লৈ আমি ৰাজনীতি কৰা নাই। অসমৰ ৰাইজে জানিব বিচাৰে যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ’ল আৰু কোনে ষড়যন্ত্ৰ কৰিলে?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd