DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজনীতিত যোগদান নকৰে ৰাকেশ টিকাইটে, কৃষি আইনৰ বিৰুদ্ধে স্থিতিত অটল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2021 1:58 pm
142
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে জনাইছে যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকিব।

ৰাজনৈতিক ক্ষেত্ৰখনক “এটা ডাঙৰ অসুখ’’ হিচাপে নামাকৰণ কৰি তেওঁ বৃহস্পতিবাৰে পালন কৰিব লগা ‘ৰেল বন্ধ’ক লৈও তেওঁলোকৰ কাৰ্যাৱলী সম্পৰ্কে সদৰী কৰে।

তেওঁ কয় যে প্ৰতিবাদী কাৰ্যসূচীটো শান্তিপূৰ্ণভাৱে পৰিচালনা কৰা হ’ব আৰু যিসকল ৰেলযাত্ৰী বন্ধৰ ফলত আৱদ্ধ হৈ থাকিব, তেওঁলোকক পানী, গাখীৰ, লাচ্চী আৰু ফলমূল বিতৰণ কৰি কৃষকসকলৰ সমস্যাৰ বিষয়ে অৱগত কৰিব।

সমগ্ৰ দেশজুৰি কৃষি আইনবিৰোধী প্ৰতিবাদী ৰেলীৰ বাবে বিভিন্ন অঞ্চলত ভ্ৰমণ কৰি ফুৰা টিকাইটে কয় যে সকলো ঠাইতে কৃষকসকল সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে।

তদুপৰি ২৬ জানুৱাৰীত লালকিল্লাত সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপক গৰিহণা জনাই তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতীয় কিষাণ ইউনিয়নৰ কোনো সদস্য ইয়াৰ স’তে জড়িত নহয়।

কৃষক আন্দোলনটোক জোৰদাৰ কৰি তুলিবৰ বাবে টিকাইতে অতি সোনকালে পশ্চিমবংগ ভ্ৰমণ কৰিব আৰু তেওঁ কয় যে ইয়াৰ স’তে বংগৰ নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই, কেৱল বংগৰ কৃষকসকলৰ সমস্যাসমূহৰ বিষয়েহে তেওঁ অৱগত হ’ব।

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd