• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পানী ছটিয়াই নিয়ন্ত্ৰণ কৰা হ’ব গুৱাহাটীৰ প্ৰদূষণ! পানী স্পেয়াৰ কিনিবলৈ ধাৰ্য ১৮ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2023 7:41 pm
Pollution in Guwahati
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বায়ু প্ৰদূষণেৰে দেশৰ ভিতৰতে অন্যতম প্ৰদূষিত ৰাজ্য হিচাপে স্থান লাভ কৰিছে অসমে। একেলগে ৮ খনকৈ ফ্লাই অভাৰ নিৰ্মাণ, নলা নৰ্দমা পৰিস্কাৰ, জলজীৱন আঁচনিৰ বাবে গাঁত খন্দা, বৰ বৰ অট্টালিকা নিৰ্মাণ আদিয়ে গুৱাহাটীৰ বায়ু জলজীৱনৰ বাবে অনুপযোগী কৰি তুলিছে।

বিগত চাৰি পাঁচ মাহ ধৰি বৰষুণৰ এটা টোপালো পৰা নাই গুৱাহাটীত। ধূলিৰ প্ৰতাপত গুৱাহাটীত বৰ্তমান ঘৰৰ বাহিৰত ওলাই উশাহ ল’ব নোৱাৰা অৱস্থা। জনস্বাস্থ্যৰ প্ৰতি নামি আহিছে সাংঘাতিক ভাবুকি। বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে গুৱাহাটীৰ সাধাৰণ নাগৰিক।

Apply Now

গুৱাহাটী বায়ু প্ৰদূষণৰ বিষয়ে সচেতন ৰাইজ আৰু সংবাদ মাধ্যম সমূহে ইমান দিনে চিঞৰি থকাৰ পিছত এতিয়া সাৰ পাইছে মহানগৰ প্ৰশাসন। প্ৰতিদিনে আঠখনকৈ গাড়ীৰে গুৱাহাটীৰ ৰাজপথত পানী ছটিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

দেওবাৰে সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰিছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। মৃগেন শৰণীয়াই উল্লেখ কৰা মতে প্ৰতিদিনে আঠখনলৈ গাড়ীৰে গুৱাহাটীৰ ৰাস্তাত পানী ছটিয়াই ধূলি প্ৰশমনৰ চেষ্টা কৰা হ’ব।

ফায়াৰ বিগ্ৰেডেৰেও পানী ছটিওৱা হ’ব গুৱাহাটীৰ ৰাজপথত। আনকি নতুনকৈ পানীৰ স্পেয়াৰ গাড়ী কিনিবৰ বাবে চৰকাৰে ধাৰ্য কৰিছে ১৮ কোটি টকা। মেয়ৰ মৃগেন শৰণীয়াই লগতে গুৱাহাটী আৰু গুৱাহাটীৰ আশে পাশে থকা অঞ্চল সমূহৰ পাহাৰ খননত তীক্ষ্ণ নজৰ ৰখা হ’ব বুলিও মন্তব্য কৰিছে।

এতিয়া প্ৰশ্ন হয়, মাত্ৰ কেইখন মান গাড়ীৰে পানী ছটিয়ালেই গুৱাহাটীৰ পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধান হ’ব নে? ইয়াৰ দীৰ্ঘস্থায়ী সমস্যাৰ বাবে চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে? বিনাশকাৰী নিৰ্মাণ তথা বিকাশ ৰোধ কৰি বহনক্ষম উন্নয়নৰ কথা চিন্তা কৰিছেনে অসম চৰকাৰ কিম্বা মহানগৰ পৌৰ সভাৰ কৰ্তৃপক্ষই?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd