• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱৰ পাটেকীবৰিত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ গণ স্বাক্ষৰ অভিযান সম্পন্ন

NE NOW NEWS চানু গগৈ
, November 17, 2020 7:49 pm

1 min read

index.jpga
385
VIEWS
Share on FacebookShare on Twitter

জগত-গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান পাটেকীবৰিত জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসম প্ৰান্তৰ মৰিগাঁও জিলা সমিতিৰ নেতৃত্বত  জন-স্বাক্ষৰ অভিযানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

জনসংখ্যা সমাধানৰ ফাউণ্ডেশ্যনৰ শীৰ্ষ গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকে মৰিগাঁও জিলা সংযোজক পুলিন কাকতি।

তেওঁৰ উপৰিও মৰিগাঁও জিলা যুৱ শক্তি অধ্যক্ষ মিলন কাকতি সমাজ সচেতক তুলেন মেধিকে ধৰি জিলাখনৰ বহুকেইজন গণ্য মান্য লোক উপস্থিত থাকে।

জিলা সংযোজক পুলিন কাকতিয়ে আঁতধৰা অনুষ্ঠানটোত পাটেকীবৰি থানৰ মুখ্য পূজাৰী গৰাকীয়ে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু উদ্যেশ সম্পৰ্কে ৰাইজক অৱগত কৰা লগতে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনক সদায় সহায় সহযোগিতা কৰি যাব বুলি মন্তব্য কৰে।

সত্ৰ সাধাৰণ সম্পাদকসহ বহুকেইজন সত্ৰৰ কৰ্মকৰ্তাৰে গণ স্বাক্ষৰ বিষয়ে ৰাইজক সম্যকভাৱে বুজাই দিয়ে।

পৰবৰ্ত্তী সময়ত অনুষ্ঠানত উপষ্ঠিত থকা সকলোৱে এই অভিযানত সক্ৰিয় সহায় সহযোগ কৰা আশ্বাস প্ৰদান কৰা লগতে আজিৰ গণ স্বাক্ষৰ অভিযান আৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd