• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোৱাটছএপ গ্ৰুপত ‘পৰ্ণ ক্লিপ’ শ্বেয়াৰ কৰি ৰোষৰ মুখত গোৱাৰ উপ-মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2020 9:41 am
Goa Deputy CM

গোৱাৰ উপ-মুখ্য মন্ত্ৰী চন্দ্ৰকান্ত কাভেলকৰ।

4.7k
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতা তথা গোৱাৰ উপ-মুখ্য মন্ত্ৰী চন্দ্ৰকান্ত কাভলেকৰে ভিলেজেছ অফ গোৱা নামৰ হোৱাটছএপ গ্ৰুপত পৰ্ণ ক্লিপ শ্বেয়াৰ কৰি ৰোষৰ মুখত পৰিছে।

কাভলেকৰে অৱশ্যে দাবী কৰে যে তেওঁৰ ফোনটো হেক হৈছিল নাইবা কোনোবাই তেওঁৰ ফোন টেম্পাৰ কৰিছে।

তেওঁ এই সন্দৰ্ভত আৰক্ষীৰ চাইবাৰ চেলত এটা অভিযোগো দাখিল কৰিছে।

বাতৰি অনুসৰি, দেওবাৰে মাজনিশা এই ক্লিপ নেতাগৰাকীৰ ফোনৰ পৰা শ্বেয়াৰ কৰা হৈছিল। কাভলেকৰৰ ফোনৰ পৰাই ভিলেজেছ অফ গোৱা নামৰ হোৱাটছএপ গ্ৰুপলৈ অশ্লীল ভিডিঅ’ প্ৰেৰণ কৰা হৈছিল।

কাভেলকৰে দাবী কৰা মতে, যিসময়ত তেওঁৰ ফোনৰ পৰা মেছেজটো গৈছিল, সেই সময়ত তেওঁ শুই আছিল আৰু ফোনটো তেওঁৰ কাষত নাছিল।

কোনোৱে তেওঁৰ বদনাম কৰাৰ উদ্দেশ্যে নিশা ১বজি ২০ মিনিটত এই মেছেজ প্ৰেৰণ কৰা বুলি নেতাগৰাকীয়ে অভিযোগ কৰে।

উল্লেখ্য যে যোৱা বছৰ কংগ্ৰেছৰ পৰা যি দহজন বিধায়কে দলত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তাৰ ভিতৰত কাভেলকৰ আছিল অন্যতম।

বিজেপিয়ে তেওঁক পুৰষ্কাৰ হিচাপে উপ-মুখ্য মন্ত্ৰীৰ পদ অৰ্পণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল।

কাভেলকাৰে এই ঘটনাৰ দ্বাৰা তেওঁৰ বিৰুদ্ধে যিয়ে ষড়যন্ত্ৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলিছে।

আনহাতে, বিৰোধীসকলে ৰাজ্যখনৰ উপ-মুখ্য মন্ত্ৰীগৰাকীয়ে উচ্চ পদত থাকি ইয়াক কলংকিত কৰা বুলি দাবী কৰে।

গোৱা ফৰ’ৱাৰ্ড পাৰ্টিয়ে কাভেলকৰৰ বিৰুদ্ধে আই টি আইন তথা মহিলাসকলৰ সৈতে অশালীন আচৰণৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত ৰিপ’ৰ্ট দাখিল কৰিছে।

উক্ত হোৱাটছএপ গ্ৰুপত থকা মহিলাসকেল এই ক্লিপ দেখি ক্ষুব্ধ হৈ পৰিছে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd