• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অখিল বৰ্তমানো জেইলত! পুনৰ কাৰাৰুদ্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা কৃষক মুক্তিৰ ধৈয্য বিতু আৰু মানস

তিনিওৰে বিৰুদ্ধে কিয় পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ NIA? কাৰণ জনালে ছাত্ৰ মুক্তিৰ নেতৃত্বই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2020 5:55 pm
Dhajya Bitu and Manas(1)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ কাৰাৰুদ্ধ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল আৰু কাৰ্যকৰী সভাপতি মানস কোঁৱৰ।

কালি চান্দমাৰীস্থিত NIA ৰ আদালতত অখিল গগৈৰ জামিন আবেদন নাকচ কৰাৰ পাছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA।

Apply Now

উচ্চ ন্যায়ালয়ত ক্ৰিমিনেল আপীল দাখি কৰিছে NIA ৰ অধিবক্তাই। তিনিওজন নেতাৰ জামিনক প্ৰত্যাহ্বান জনাই ‘নিয়া’ৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ক্ৰিমিনেল আপীল।

ইয়াৰোপৰি, জানিব পৰা মতে নিয়াৰ অধিবক্তাই ন্যায়ালয়ত তিনিওজন নেতাৰ জামিন প্ৰত্যাহাৰ বা কৰ্তন কৰিব লাগে বুলি আবেদন জনাইছে।

প্ৰায় ৭ মাহ ধৰি কাৰাৰুদ্ধ হৈ থকা ধৈয্য, বিতু আৰু মানসৰ যোৱা ১৭ জুলাইত জামিন লাভ কৰি ১৯ জুলাইত মুকলি আকাশৰ তললৈ আহিছিল।  চানমাৰি থানাৰ ১৩/১৯ নম্বৰ ‘নিয়া’ৰ গোচৰত জামিন লাভ কৰি তিনিওজন নেতা মুকলি আকাশৰ তললৈ ওলাই আহিছিল।

তাৰ পাছতে পুনৰ তিনিওজন নেতাক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰাৰ বাবে সাজু হৈ উঠিছে NIA।

ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তাৰ কাৰণো দৰ্শালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই।

তেওঁ কয় ‘তিনিওজন কাৰাগাৰৰ পৰা বাহিৰলৈ ওলোৱাৰ পাছত ব্যাপক ৰূপত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হ’ল। তাৰোপৰি তিনিও সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বহুকেইটা ভুল উদঙাই দিলে। সেয়েহে চলে বলে কৌশলে পুনৰ তিনিওকে কাৰাৰুদ্ধ কৰিব বিচৰা হৈছে। চৰকাৰখনে ভাবিছে অখিল গগৈক যদি নিৰ্বাচনৰ পূৰ্বে বাহিৰলৈ উলিয়াই দিয়ে তেন্তে ২১ ৰ নিৰ্বাচনত তেওঁলোক পৰাস্ত হ’ব।‘

উল্লেখযোগ্য যে, NIA ৰ একেটা গোচৰত তিনিজন কৃষক নেতাই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিল যদিও একেটা গোচৰত বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd