• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বভাৰতীয় বিদ্যুত কৰ্মী আৰু অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত বিশ্বনাথত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

NE NOW NEWS কাজী জেইদুল ইছলাম
বিশ্বনাথ , November 26, 2020 2:08 pm

2 min read

IMG-20201126-WA0008
221
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ ,বেংক   ৰেলৱে আদি এটা এটাকৈ ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ ধৰিছে আৰু দেশখনৰ মূল কাঠামো কেইজনমান পুঁজিপতিৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছে ।

ফলত সাধাৰণ জনতা, নিবনুৱা, ক্ষুদ্ৰ ব্যবসায়ী আদিৰ ভৱিষ্যত অনিশ্চয়তাৰ ফালে গতি কৰিছে ।

অতি সাম্প্ৰতিক সময়ত অৱশেষত ভাৰত চৰকাৰে দেশৰ উন্নয়নৰ চাবি কাঠি স্বৰূপ ৰাজহুৱা খণ্ডৰ  বিদ্যুৎ বিতৰণ কোম্পানীবোৰকো ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে ।

ভাৰত চৰকাৰৰ এনে হঠকাৰী চক্ৰান্তৰ প্ৰতিবাদত দেশৰ সকলো ট্ৰেড ইউনিয়ন আৰু সচেতন দল সংগঠন সোচ্চাৰ হৈছে ।

আজি  সৰ্বভাৰতীয়  বিদ্যুত কৰ্মী আৰু অভিযন্তাৰ সমন্বয় ৰক্ষী সমিতি আৰু দেশৰ সকলো ট্ৰেড ইউনিয়ন , দল সংগঠনে দেশজোৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

সমান্তৰালকৈ  বিদ্যুৎ কৰ্মী আৰু অভিযন্তা আৰু পেঞ্চনাৰ সমন্বয়ৰক্ষী সমিতিয়ে বিশ্বনাথৰ বিদ্যুৎ সংমণ্ডল প্ৰাংগনত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰক , শ্ৰমিক বিৰোধী নীতি বন্ধ কৰক ,

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি  পেঞ্চন নীতি বাহাল ৰাখক  ইত্যাদি দাবী জনায়।

অনুষ্ঠানটি সফল কৰাত সহযোগিতা আগবঢ়ায় সমূহ বিদ্যুৎ কৰ্মী ,অভিযন্তা, পেঞ্চনাৰ্চ সকল, আসাম ষ্টেট পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ বিশ্বনাথ শাখাৰ সভাপতি যুগল কোচ , শাখা সম্পাদক জানিৰাম ডেকা, কেন্দ্ৰীয় সম্পাদক মৃগাংক শৰ্মা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক উৎপল শ‌ইকীয়াসহ বহু কেইজন বিষয়া- কৰ্মচাৰীয়ে ।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd