• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ে এইবাৰ উভতি ধৰিলে সাহিত্য সভাৰ সভাপতিক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2019 6:03 pm
pradip

প্ৰদীপ দত্ত ৰয়। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক অধ্যয়ন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়া বৰাকৰ বিতৰ্কিত অধিবক্ত তথা প্ৰাক্তন ছাত্ৰনেতা প্ৰদীপ দত্তৰয়ে এইবাৰ উভতি ধৰিলে অসম সাহিত্য সভাৰ সভাপতিক।

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে শিল্পী দিৱসৰ দিনা শিলচৰত অসম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা সন্দৰ্ভত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে দত্তৰয়ে।

Apply Now

উল্লেখযোগ্য যে দুদিনমান পূৰ্বে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বাবেই অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক অধ্যয়ন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছিল বিতৰ্কিত নেতাজনে।

সেই ঘটনাৰ পিছতে বিজেপিৰ পৰা বহিষ্কৃত হৈছিল দত্তৰয়। তাৰ পিছতো নিজৰ মুখ বন্ধ কৰা নাই বাঙালী উগ্ৰ জাতীয়তাবাদী নেতাজনে।

১৯ জানুৱাৰিত নিজা বাসগৃহত সংবাদ মাধ্যমক সম্বোধন কৰি দত্তৰয়ে কয়, “পৰমানন্দ ৰাজবংশীয়ে কৰা মন্তব্য অপ্ৰাসংগিক, অসম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ কোনো ধৰণৰ অবদান নাই”।

তেওঁ “অসম সাহিত্য সভাই বিশ্ববিদ্যালয়খন স্থাপনৰ বিৰোধিতাহে কৰিছিল” বুলিও মন্তব্য কৰে।

“পৰমানন্দ ৰাজবংশীয়ে অসম বিশ্ববিদ্যালয়ত বৰাক উপত্যকাৰ খিলঞ্জীয়া মানুহৰ কথা কওঁতে মণিপুৰী, ৰাজবংশী, খাচি আৰু ডিমাচাসকলৰ কথাহে উল্লেখ কৰে। কিন্তু হিন্দুৱেই হওক অথবা মুচলমানেই হওক, বাঙালীসকলৰ কথা উল্লেখ নকৰিলে, অতীতত এই অঞ্চলটো চিলেট জিলাৰ অংশ হিচাপে থকা সত্ত্বেও”। প্ৰদীপ দত্ত ৰয়ে কয়।

ইয়াক তেওঁ ৰাজবংশীৰ ডাঙৰ ভুল আৰু বুৰঞ্জীৰ জ্ঞানৰ অভাৱ বুলি অভিহিত কৰে।

প্ৰদীপ দত্তৰয়ে নৰ্থ-ইষ্ট নাওক কয় যে গুৱাহাটীত পঢ়ি থকা সময়ত তেওঁ শিক্ষা প্ৰতিষ্ঠানবোৰত আছু আৰু গণ সংগ্ৰাম পৰিষদৰ বাঙালী বিদ্বেষ নিজ চকুৰে দেখিছিল।

“আমি বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠাৰ বাবে ১৯৮৩ৰ পৰা ১৯৯৩লৈ যুঁজিছিলো, যাৰ বাবেই এই বিশ্ববিদ্যালয়খনৰ ক্ষেত্ৰত আমি কিছু আৱেগিক।” দত্তৰয়ে কয়।

তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ-ছাত্ৰী সকলকো সদায় আদৰণি জনাবলৈ সাজু আছে বুলি জানিবলৈ দিয়ে। বৰ্তমান বিশ্ববিদ্যালয়খনত ৩০০-তকৈ অধিক অসমীয়া ছাত্ৰ-ছাত্ৰী থকাৰ কথাটো আৰু লগতে বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি অভিনন্দন মহন্ত অসমীয়া ল’ৰা বুলি উনুকিয়াই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd