• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰসন্ন কুমাৰ দাসৰ দেহাৱসান ,শোকৰ ছাঁ 

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 20, 2021 9:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ শ্ৰদ্ধাৰ শিক্ষাবিদ তথা বহুমুখী প্ৰতিভা তথা বিশাল ব্যক্তিত্বৰ অধিকাৰী প্ৰসন্ন কুমাৰ দাস ( ৯৩) সোমবাৰে তেখেতৰ নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে।

ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব লৈ অগ্ৰণী ভূমিকা পালন কৰি জিলা খনৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতৰ একাংশ সাহিত্যপ্ৰেমী সংগঠকক লগত লৈ বহু কেইটা সাহিত্য সভাৰ শাখা গঠন কৰিবলৈ সক্ষম হৈছিল।

Apply Now

তেখেত কলিতা জনগোষ্ঠীয় সন্মিলন ‘ অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক , অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য , চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক , চাপৰ দক্ষীনেশ্বৰী কালী মন্দিৰৰ ( এক সময়ৰ) সভাপতি , ট্ৰেডিং কপাৰেতিভৰ সুদীৰ্ঘকাল সভাপতিৰ আসন অলংকৃত কৰিছিল।

ইয়াৰ লগতে প্ৰয়াত প্ৰসন্ন কুমাৰ দাস সাহিত্য সগঠকৰ লগতে এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ, নাট্যকাৰ , শাৰীৰ চৰ্চা বিদ আদিৰ লগতে ভক্তি মাৰ্গতো কাম কৰি ভাল পাইছিল। জানিব পৰা মতে প্ৰসন্ন কুমাৰ দাস ১৯২৯ চনৰ ২৩ ছেপ্টম্বৰত গোৱালপাৰা জিলাৰ “বৰভিটা” বানিৰাম পাৰত জন্ম গ্ৰহণ কৰিছিল। পিতা কিশোৰী মোহন দাস আৰু মাতৃ ডালিমী দাসৰ জেষ্ঠ পুত্ৰ প্ৰসন্ন কুমাৰ দাসে লক্ষীপুৰনামে নামে ঐতিহাসিক ঠাইত প্ৰাথমিক পৰ্যায়ত শিক্ষা জীৱনৰ পাতনি মেলিছিল।
প্ৰৱেশিকা পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অধ্যয়ন কৰি ১৯৫১- ৫২ চনত স্নাতক ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

১৯৫৩ চনত প্ৰসন্ন কুমাৰ দাসে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালযত সহযোগী শিক্ষক ৰূপে যোগদান কৰি কৰ্মজীৱনৰ জীৱনৰ পাতনি মেলিছিল। চাকৰিৰ লগতে তেখেতে এই চহৰতে চাপৰ স্থিত চৰকাৰী চিকিৎসালয়ৰ সন্মুখত ” চাপৰ ফাৰ্মাচী ” নামেৰে এখন ঔষধালয় খুলি ব্যৱসায়ত নিমগ্ন হৈছিল।

সোমবাৰে ইহলীলা সম্বৰণ কৰা প্ৰসন্ন কুমাৰ দাস ১৯৮৮ চনৰ পৰা ১৯৯৬ চন লৈকে চাপৰ শাখা সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি কাৰ্যনিৰ্বাহ কৰিছিল।

আজি তেখেতৰ পাৰ্থিৱ শৰীৰ দুপৰীয়া ১২ বজাত জ্ঞান জ্যোতি জাতীয় বিদ্যালয় , ৰত্নপীঠ মহাবিদ্যালয় , চাপৰ শাখা সাহিত্য সভাৰ , প্ৰগতি সংঘ ভৱন , চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আদি অনুষ্ঠান প্ৰতিষ্ঠানত লৈ গৈ সুধি সমাজে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

তাৰ পিছত চাপৰ আঞ্চলিক শ্মশান ঘাটত বৈদিক নিয়ম অনুসৰি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰনী কান্তি ৰায়, সম্পাদক আজাদ আলী আহমেদে সাহিত্য সভাৰ পতাকাৰে দাসৰ পাৰ্থিৱ শৰীৰ ঢাকি

শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

লগতে চাপৰ শাখা সাহিত্য সভাৰ ফালৰ পৰাও সভাৰ পতাকাৰে শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ লগে লগে লেখিকা সমাৰোহ সমিতি , কলিতা জনগোষ্ঠী সন্মিলন , চাপৰ আঞ্চলিক ছাত্ৰ সন্থা , চাপৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা , চাপৰ প্ৰ্ছে ক্লাব , বিজেপি , এ আই ইউ ডি এফ , ছাৰভাইবেল হেলপ গ্ৰুপ , কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ইপিনে প্ৰসন্ন কুমাৰ দাসৰ মৃত্যুত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰ জিৎ শৰ্মা , অসম চৰকাৰৰ বিপনন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী , ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায় , সম্পাদক আজাদ আলী আহমেদ , বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ এন এম দাস , অধ্যক্ষ হজৰত আলী, চাপৰ প্ৰেছ ক্লাবৰ সম্পাদক সাজিদ হুছেইন, বিশিষ্ট কবি ধীমাণ দাস আদিকে ধৰি বহু গণমুগ্ধ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd