• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰৱৰ্তী বিধানসভা নিৰ্বাচনলৈকে ঘৰ এৰি আশ্ৰমত সন্ন্যাস গ্ৰহণ জন সুৰজ পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 12:50 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ৰাজনীতিৰ অন্যতম চৰ্চিত নাম প্ৰশান্ত কিশোৰ পুনৰ শিৰোনামলৈ আহিছে। জন সুৰজ পাৰ্টিৰ প্ৰতিষ্ঠাপক গৰাকীয়ে পাটনাৰ নিজ বাসগৃহ এৰি পাটনাৰ উপকণ্ঠ অঞ্চলৰ ‘বিহাৰ নৱনিৰ্মান আশ্ৰম’লৈ গুচি গৈছে।

অহা চাৰে- চাৰি বছৰ অৰ্থাৎ পৰৱৰ্তী বিধানসভা নিৰ্বাচনলৈকে তাতেই থাকিব বুলি ঘোষণা কৰিছে। দাৰভাঙাত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কিশোৰে কয় যে ‘’মই যোৱা নিশা পাটনাৰ ঘৰৰ পৰা ওলাই আহিলোঁ। আই আই টি পাটনাৰ সমীপত অৱস্থিত বিহাৰ নৱনিৰ্মান আশ্ৰম এতিয়াৰে পৰা মোৰ বাসগৃহ হ’ব। জন সুৰজ পাৰ্টিয়ে শক্তিশালী ভেটি গঢ়ি তোলালৈকে মই ইয়াতেই থাকিম।”

Apply Now

নিৰ্বাচনত দলটোৱে লাভ কৰে মাত্ৰ ৩.৪৪ শতাংশ ভোট। ইমান বৃহৎ প্ৰচাৰ, ছ’চিয়েল মিডিয়াত বিপুল ফ’ল’ৱাৰ আৰু দীঘলীয়া পদযাত্ৰাৰ পিছতো ফলাফল ইমানেই হতাশাজনক যে বহু আসনত দলৰ প্ৰাৰ্থীয়ে নোটাতকৈও কম ভোট লাভ কৰে।

এসময়ত প্ৰশান্ত কিশোৰ ভাৰতৰ অন্যতম সফল ৰাজনৈতিক কৌশলবিদ হিচাপে পৰিচিত আছিল। ২০১৪ চনৰ নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ, নীতিশ কুমাৰৰ জয়, তৃণমূল কংগ্ৰেছৰ সফলতা আৰু বহুতো ডাঙৰ অভিযানৰ আঁৰত তেওঁ আছিল।

কিন্তু যেতিয়া তেওঁ নিজে নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিলে, তেতিয়া বিহাৰৰ জটিল জাতিগত সমীকৰণ, ভোটাৰৰ মনস্তত্ত্ব আৰু সংগঠনৰ অভাৱে তেওঁক ডাঙৰ আঘাত দিলে। বহু বিশ্লেষকে কয় যে ইনষ্টাগ্ৰামত লাখ লাখ ফ’ল’ৱাৰ থকাৰ পিছতো তেওঁৰ দলটোৱে এতিয়াও তৃণমূল পৰ্যায়ৰ ৰাজনীতিত শিপাব পৰা নাই। অৱশ্যে হাৰ মানিবলৈ অনিচ্ছুক প্ৰশান্ত কিশোৰ।

তেওঁ আশ্ৰমত থকাৰ সিদ্ধান্তক দলটোক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি হিচাপে দাঙি ধৰিছে। তেওঁ কয় যে আশ্ৰম জীৱনটো সৰলতা আৰু ভক্তিৰ প্ৰতীক, আৰু ইয়াৰ পৰাই তেওঁ দলৰ কাম-কাজ আগবঢ়াই নিব। ৰাজনৈতিক মহলত একাংশই এই পদক্ষেপক ‘গান্ধীবাদী’ শৈলী বুলি অভিহিত কৰিছে, আন কোনোৱে আগন্তুক নিৰ্বাচনৰ বাবে ই এক দীৰ্ঘম্যাদী পৰিকল্পনা বুলি কৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd