• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু তিথিত বোকাখাতত প্ৰয়াসৰ সাংস্কৃতিক প্ৰতিবাদ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , September 6, 2020 9:15 am

1 min read

Image_1599362015825~2

ফটো নর্থইষ্ট নাও

291
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিশিষ্ট সাংবাদিক প্ৰয়াত গৌৰী লঙ্কেশৰ তৃতীয় ছহিদ দিৱসৰ লগত সংগতি ৰাখি ৫ ছেপ্টেম্বৰত বোকাখাতৰ প্ৰয়াস সাংস্কৃতিক গোষ্ঠীয়ে বোকাখাতত এক বিশেষ সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত হত্যা কৰা হৈছিল সাংবাদিক গৌৰী লঙ্কেশক। বাংগালোৰৰ নিজা বাসভৱনত অচিনাক্ত বন্দুকধাৰীয়ে গৌৰী লঙ্কেশক হত্যা কৰিছিল।

গৌৰী লঙ্কেশে গোড়া হিন্দুত্ববাদৰ বিৰোধিতা কৰিছিল।

বোকাখাতত গৌৰী লঙ্কেশৰ তৃতীয় মৃত্যু দিৱস উপলক্ষে স্থানীয় প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে এক বিশেষ সাংস্কৃতিক প্ৰতিবাদ অনুষ্ঠিত কৰে ৷

বোকাখাতৰ জাতীয় বিদ্যালয়ৰ মঞ্চত এই কাৰ্যসূচী অনুষ্ঠিত হয়।

ভাৰতীয় গণ নাট্য সংঘ অসমৰ উদ্যোগত আমি যদি জাগি নুঠোঁ,এই দেশ হ’ব নিঃশেষ” শীৰ্ষক এই সাংস্কৃতিক প্ৰতিবাদ অনুষ্ঠিত হয় ৷

গীত, আবৃত্তি, মুকাভিনয়, নাটক আৰু ছবিৰে গৌৰী লঙ্কেশলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সাংবাদিক গৰাকীৰ হত্যাৰো প্ৰতিবাদ জনায় প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে ৷

অনুষ্ঠানত গণ মাধ্যমত জনপ্ৰিয়তা লাভ কৰা নগাওঁৰ জাতীয় সাংস্কৃতিক বাহিনীৰ প্ৰাচুৰ্য প্ৰাণ নাথে তেওঁৰ অভিনয়েৰে সাম্প্ৰতিক সময়ৰ পটভুমিত গাদী দখলৰ ৰাজনীতি আৰু শোষণৰ এক মননশীল উপস্থাপন কৰে ৷

প্ৰয়াস সাংস্কৃতিক গোষ্ঠীৰ হৈ সোনেশ্বৰ নৰহে আঁত ধৰা এই অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে সাংবাদিক সকলো উপস্থিত থাকে ৷

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd