• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী শ্ল’গানে ঢাকিব নোৱৰা এখন ছবি : মাজুলীত সংকটজনক অৱস্থাত প্ৰসূতিক ঠেলাৰে চিকিৎসালয়লৈ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 12, 2018 4:11 pm
Majuli

মাজুলীত সংকটজনক অৱস্থাত প্ৰসূতিক ঠেলাৰে চিকিৎসালয়লৈ। ফটো : মিটু খাটনিয়াৰ।

118
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাৰ অন্তৰ্গত যোগীবাৰী গাৱঁৰ পৰা মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়লৈ এগৰাকী গৰ্ভাৱতী মহিলাক অতি সংকটজনক অৱস্থাত ঠেলাত তুলি আনিব লগা ঘটনাই হতচকিত কৰিছে স্থানীয় ৰাইজক।

নতুন চৰকাৰে বাট-পথৰ অৱস্থা উন্নত হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰচাৰ চলালেও বিধ্বস্ত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ চৰকাৰৰ ফোঁপোলা শ্ল’গানক উদঙাই দিয়ে।

অতিকে পিছপৰা যোগীবাৰী গাৱঁৰ পৰা মহিলাগৰাকীক প্ৰথমে কাঠৰ টেবুলত বহুৱাই কান্ধত তুলি আনিব লগা হয় প্ৰায় তিনি কিঃ মিঃ পথ। তাৰ পিছত পাথৰিচুক গাৱঁৰ পৰা এখন ঠেলাত মহিলাগৰাকীক আনিব লগা হয় চিকিৎসালয়লৈ।

তিনিটাকৈ ঘাট পাৰ কৰি অতি বিপদসংকুলতাৰ মাজেৰে অনা মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে লখিমপুৰ জিলাৰ অন্তৰ্গত যোগীবাৰী গাৱঁৰ পৰা লখিমপুৰলৈ যোৱাৰো নাই কোনো যাতায়ত ব্যৱস্থা।

ইফালে লখিমপুৰৰ পৰা মাজুলীত প্ৰৱেশ কৰাৰ পিছতো পাথৰিচুক ঘাটৰ পৰা গড়মূৰ চিকিৎসালয়লৈ কোনো উন্নত বাট-পথ নথকাত এনেদৰেই বিপদসংকুলতাৰে গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসালয়লৈ আনিব লগা হয়। অৱশ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে তৎক্ষণাত চিকিৎসা আৰম্ভ কৰিছে মহিলা গৰাকীৰ।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd