DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ পত্নী প্ৰেমদা ফুকনৰ দেহাৱসান; কলিয়াবৰত শোকৰ ছাঁ

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
February 28, 2022 12:29 pm
Premada Phukan
783
VIEWS
Share on FacebookShare on Twitter

শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ পত্নী প্ৰেমদা ফুকনৰ দেহাৱসান ঘটিছে। গুৱাহাটীৰ এখন চিকিৎসালয়ত ৯৭ বছৰ বয়সত প্ৰেমদা ফুকনৰ দেহাবসান ঘটে।

কলিয়াবৰ ৰাইজৰ মৰমৰ আইতা প্ৰেমদা ফুকনৰ মৃত্যুত বাসস্থান কুঠৰীৰ লগতে সমগ্ৰ কলিয়াবৰতে শোকৰ ছাঁ পৰিছে।

প্ৰেমদা ফুকনে বিগত ২০১১ বৰ্ষত শিল্প প্ৰাণ চন্দ্ৰ ফুকনৰ কুঠৰীস্থিত বাসগৃহৰ চৌহদটি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ অসম চৰকাৰৰ পৰ্যটন বিভাগক দান কৰিছিল।

নগাঁও জিলাৰ বিশিষ্ট সাংস্কৃতিবান উদ্যোগী তথা শিল্পী চন্দ্ৰ ফুকনে ৬০’ৰ দশকতে ক্ষুদ্ৰ জল বিদ্যুত প্ৰকল্প নিৰ্মাণ কৰি সমগ্ৰ কুঠৰী অঞ্চলত বিজুলী যোগান ধৰিছিল।

লগতে পঢ়ক: ৰাছিয়াৰ আক্ৰমণত ৩৫২জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনে

তদুপৰি, গ্ৰামাঞ্চলত কৃষি বিপ্লৱৰ সূচনা কৰি ফুকনে কুঠৰীত খাদ্য প্ৰস্তুতকৰণ উদ্যোগো স্থাপন কৰিছিল।

সেইগৰাকী পুৰোধা ব্যক্তিৰ সহধৰ্মিনী প্ৰেমদা ফুকনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কলিয়াবৰবাসীয়ে।

উল্লেখ্য যে, কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল প্ৰেমদা ফুকন।

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd