DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাত খুন মাফ! সাংসদ হিচাবে শপতগ্ৰহণ কৰিলে মৃত্যুদণ্ডৰে দণ্ডিত অপৰাধীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 5:13 pm
podu
495
VIEWS
Share on FacebookShare on Twitter

ৰাজনীতিক হ’লে যেন সাত খুন মাফ।

ৰাজনীতিক হোৱাৰ সুবাদতে এজন লোকে মৃত্যুদণ্ডৰে দণ্ডিত হোৱাৰ পিছতো বীৰদৰ্পে সংসদ ভৱনত প্ৰৱেশ কৰি সাংসদ হিচাবে শপতগ্ৰহণ কৰিবলৈ সক্ষম হ’ল।

উক্ত লোক জনৰ নাম প্ৰেমালাল জয়শেখৰ। ২০১৫ চনত বিৰোধী দলৰ এখন সভাত গুলীচালনা কৰি এজন লোকক হত্যা কৰাৰ অভিযোগত আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল তেওঁক।

কিন্তু ইমানৰ পিছতো তেওঁ নিৰ্বাচনত অংশ লোৱাৰ সুযোগ পাইছিল আৰু নিৰ্বাচনত জয়ীও হৈছিল।

সেই সূত্ৰেই প্ৰেমালাল জয়শেখৰে আজি কাৰাগাৰৰ পৰা পোনে পোনে আহি শ্ৰীলংকাৰ সংসদ ভৱনত উপস্থিত হয় আৰু দেশ খনৰ এজন সাংসদ হিচাবে শপতগ্ৰহণ কৰে।

শ্ৰীলংকাত কোনো অপৰাধীয়ে নিৰ্বাচন খেলিব নোৱাৰে যদিও জয়শেখৰে মনোনয়ন দাখিল কৰাৰ পিচতহে তেওঁক আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

জয়শেখৰে শ্ৰীলংকাৰ সাধাৰণ নিৰ্বাচনৰ বাবে শ্ৰীলংকা পডুজেনা পাৰ্টীৰ পৰা ৫ আগষ্টৰ পূৰ্বেই মনোনয়ন দাখিল কৰিছিল।

কিন্তু তেওঁক আদালতে শাস্তি বিহে মনোনয়ন দাখিলৰ পিছতহে।

সেইবাবেই তেওঁ নিৰ্বাচনত অংশ ল’বলৈ সক্ষম হয়।

ইপিনে আজি হত্যাকাৰী জয়শেখৰে শপতগ্ৰহণ কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে শ্ৰীলংকাৰ বিৰোধী দলৰ সাংসদ সকল।

বিৰোধী দলৰ সাংসদ সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰাৰ লগতে সংসদ ভৱনৰ পৰা ওলাই যায়।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd