• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম প্রকাশন পৰিষদৰ ৩৩সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পূৰ্ণ : গ্ৰন্থৰ অস্থায়ী বিপণীৰে সাজু চানমাৰি বাকৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2020 6:49 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্রন্থৰ সুবাসে পুনৰ উমাল কৰিব শীতৰ দিন৷ অহা ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিতব্য ৩৩ সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ বাবে প্রস্ততি সম্পূৰ্ণ কৰি তুলিছে অসম প্ৰকাশন পৰিষদে। গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক শিক্ষানুষ্ঠানৰ খেলপথাৰত ইতিমধ্যে সাজু কৰি তোলা হৈছে গ্ৰন্থমেলাৰ বিপণীসমূহ।

নতুন দিল্লী, কলকাতা তথা অসমৰ শতাধিক প্রকাশনে অংশগ্ৰহণ কৰিবলগীয়া গুৱাহাটী গ্ৰন্থমেলা অহা ৩০ ডিচেম্বৰৰ বিয়লি ৪ বজাত উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

যৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা আৰু লোক-নিৰমাণ বিভাগৰ মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধাক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাই সভাপতিৰূপে অংশগ্ৰহণ কৰিবলগীয়া উদ্বোধনী সভাত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব পশ্চিমবংগ নিবাসী ভাৰতবৰ্ষৰ বিশিষ্ট লেখক চিন্তাবিদ তথা ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ে।

অনুষ্ঠানত বিশিষ্ট জতিথিৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ প্ৰেছ পদে হৃষীকেশ গোস্বামী আৰু অৰুণাচল প্ৰদেশৰ নিবাসী অসমীয়া ভাষা-সাহিত্যৰ অন্যতম মহীৰূহ য়েছে দৰজে ঠংচিয়ে।

উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদে প্রতি বছৰে বিভিন্ন গৱেষণামূলক গ্ৰন্থ, বৰেণ্য লেখক-সাহিত্যিকৰ ৰচনাৱলী তথা আন আন আপুৰুগীয়া গ্ৰন্থ প্রকাশ আৰু পুনৰ প্ৰকাশ কৰি আহিছে।

এই ধাৰা অক্ষত ৰাখি এইবেলি প্রকাশন পৰিষদে প্রকাশ কৰি উলিওৱা এনে ১০খন বিশেষ গ্ৰন্থ গুৱাহাটী গ্ৰন্থমেলাত উন্তোচন কৰা হ’ব।

এইবেলি গুৱাহাটী গ্ৰন্থমেলাত মেলাত এলানি বিশেষ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব দান কৰা হৈছে। ইয়াৰ ভিতৰত আছে অহা ২ জানুৱাৰীত অনুষ্ঠিত ‘উন্মীলন’ শীৰ্ষক যুৱ লেখকৰ সাহিত্যানুষ্ঠন।

তৰুণ লেখক-সাহিত্যিকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকে নিজৰ এখনকৈ গ্ৰন্থৰ বিষয়ে পাঁচ মিনিটকৈ বক্তব্য দাঙি ধৰিব পাৰিব।

উক্ত দিনাই ‘অৰুনোদই’ আলোচনীৰ প্ৰতিষ্ঠাৰ ১৭৫ বছৰ উপলক্ষে আন এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে ৪ জানুৱাৰীত ‘সামাজিক মাধ্যমত সাহিত্য চৰ্চা’ শীৰ্ষক আলোচনা সত্ৰ ‘প্রকাশ’ৰ উদোগত অনুষ্ঠিত হ’ব।

৫ জানুৱাৰীত অনুষ্ঠিত কৰা হ’ব ‘অসমীয়া ভাষা বৈভৱ’ শীৰ্ষক গোলোক চন্দ্ৰ গোস্বামী সৌৱৰণী অনুষ্ঠান।

৬ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘সাহিত্য-আলচ’ শীৰ্ষক লেখক-পাঠকৰ আড্ডা।৭ জানুৱাৰীত অনুষ্ঠিত হ’ব শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰী সোঁৱৰণী অনুষ্ঠান৷

তদুপৰি গ্রন্থমেলাৰ প্ৰতিদিনেই বিভিন্ন সাহিত্যানুষ্ঠান আৰু প্রতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইপিনে, গ্ৰন্থমেলাৰ দুটা সভাগৃহ ক্ৰমে বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰ আৰু শিশু সাহিত্যিক গনচন্দ্ৰ অধিকাৰীৰ স্মৰণত নামাংকন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে।

অহা ১০ জানুৱাৰীত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত সভাপতিৰূপে অংশগ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ বিত্ত স্বাস্থ্য, শিক্ষা আৰু লোক-নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই সন্মনীয় অতিথিৰূপে অংশগ্রহণ কৰিবলগীয়া সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিব অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে।

অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰিব ঝাৰখণ্ড নিবাসী হিন্দী ভাষাৰ বিশিষ্ট’ সাহিত্যিক পংকজ মিত্রই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd