• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্কিন কেপিটেল বিল্ডিং আক্ৰমণ : বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2021 10:40 am
index.jpgaa
350
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেপিটেল বিল্ডিং আক্ৰমণৰ ঘটনাক বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উচতনি দিছিল!

বুধবাৰে এই অভিযোগ উত্থাপন কৰি মাৰ্কিন কংগ্ৰেছৰ নিম্ন সদন হাউজ অৱ ৰিপ্ৰজেন্টেটিভে বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ আনিছে।

মহাভিযোগ উত্থাপন কৰি হাউজ অৱ ৰিপ্ৰজেন্টেটিভত অনুষ্ঠিত ভোটগ্ৰহণত ট্ৰাম্পৰ বিপক্ষে ২৩২ টা আৰু সপক্ষে ১৯৭ টা ভোট পৰিছে।

উল্লেখ্য যে মাৰ্কিন কেপিটেল বিল্ডিঙত ট্ৰাম্পৰ সমৰ্থকৰ দ্বাৰা হোৱা আক্ৰমণৰ ঘটনাত চাৰি গৰাকী লোকৰ প্ৰাণহানি হৈছিল।

সমগ্ৰ বিশ্ব সম্প্ৰদায়ে ট্ৰাম্পৰ ভূমিকাক সমালোচনা কৰা দেখা গৈছিল।

ইফালে হাউজ অৱ ৰিপ্ৰজেন্টেটিভত ট্ৰাম্পৰ বিৰুদ্ধে ভোট পৰিলেও চিনেটত ট্ৰাম্প ৰক্ষা পৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। কাৰণ চিনেটত ট্ৰাম্পৰ ৰিপাব্লিকান দলৰ সংখ্যাগৰিষ্ঠ।

স্মৰ্তব্য যে ২০১৯ বৰ্ষতো ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে ক্ষমতা অপব্যৱহাৰ কৰাৰ মহাভিযোগ উত্থাপন কৰা হৈছিল। সেইবাৰো হাউজ অৱ ৰিপ্ৰজেন্টেটিভত ট্ৰাম্পৰ বিপক্ষে ভোট পৰিলেও চিনেটে ট্ৰাম্পক ৰক্ষা কৰিছিল।

আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এটা কাৰ্যকালতে এজন ৰাষ্ট্ৰপতি হিচাপে দুবাৰকৈ মহাভিযোগৰ সন্মুখীন হোৱা একমাত্ৰ ৰাষ্ট্ৰপতিজনেই হ’ল ড’নাল্ড ট্ৰাম্প।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd