• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ভিড-১৯ : আমেৰিকা যুক্তৰাষ্ট্ৰত মৃত্যুৰ সংখ্যা চুলেগৈ পাঁচ লাখৰো অধিক, ৰাষ্ট্ৰপতি বিডেনৰ আৱেগভৰা শ্ৰদ্ধাঞ্জলি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 4:26 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ৫ লাখৰো অধিক চুইছেগৈ। ৰোগীৰ মৃত্যুৰ তালিকাত  আমেৰিকা যুক্তৰাষ্ট্ৰ বৰ্তমান  শীৰ্ষত আছে।

আনহাতে দেশখনৰ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৰ্তমানলৈকে মুঠ ২৮.১ মিলিয়ন।

Apply Now

সেই উপলক্ষে ৰাষ্ট্ৰপতি জ’ বিডেনে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স’তে হোৱাইট হাইচৰ সম্মুখত সোমবাৰে সন্ধ্যা মমবাতি প্ৰজ্বলন কৰি এক মিনিট মৌনতা অৱলম্বন কৰে।

অনুষ্ঠানটোত দেশবাসীক সম্বোধি বিডেনে কয় যে, এখন দেশ হিচাপে এনেধৰণৰ দুৰ্ভাগ্যজনক অৱস্থা সহ্য কৰিব নোৱাৰি।

‘‘আজি মই সকলো আমেৰিকানক সোঁৱৰাব বিচাৰিছো। আমি যিসকলক হেৰুৱাই আহিছো তেওঁলোকক সোঁৱৰণ কৰক।’’ আৱেগভৰা কণ্ঠেৰে বিডেনে আমেৰিকাবাসীক ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলে অনুপ্ৰেৰণা যোগায়।

উল্লেখযোগ্য যে ক’ভিড সম্পৰ্কে বিডেনৰ দৃষ্টিভংগী তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ড’ণাল্ড ট্ৰাম্পতকৈও পৃথক। ট্ৰাম্পে ক’ভিড ভাইৰাছৰ প্ৰতি সন্দেহজনক ভাৱ পোষণ কৰি ইয়াক ৰাজনীতিকৰণ কৰিছিল।

দেশখনৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত ৰাষ্ট্ৰপতিজনে আগন্তুক পাঁচ দিনৰ বাবে ৰাষ্ট্ৰীয় পতাকাসমূহ অৰ্ধনমিত কৰি ৰাখিবৰ বাবে আদেশ দিয়ে।

ৰাষ্ট্ৰপতিজনে ক’ভিডত মৃত্যু হোৱা আমেৰিকানসকললৈ শ্ৰদ্ধাঞ্জলী জনাই কয় যে মৃত আমেৰিকানসকল অসাধাৰণ আছিল, তেওঁলোকে আমেৰিকাত জন্ম গ্ৰহণ কৰিছিল অথবা প্ৰব্ৰজন কৰিছিল আৰু জীৱনৰ অন্তিম উশাহ আমেৰিকাৰ বুকুতে গ্ৰহণ কৰিছিল।

বক্তব্য প্ৰদান কৰি ৰাষ্ট্ৰপতিজনে নিজৰ ব্যক্তিগত জীৱনৰো কিছু দূৰ্ভাগ্যজনক ঘটনাৰ কথা উল্লেখ কৰি ক’ভিডত মৃত্যু হোৱা লোকসকলৰ পৰিয়াল-পৰিজনৰ স’তে সমব্যথী হয়।

উল্লেখযোগ্য যে ১৯৭২ চনত বিদেনৰ পত্নী আৰু কন্যা এটা কাৰ দুৰ্ঘটনাত নিহত হৈছিল, আনহাতে এজন পুত্ৰ ২০১৫ চনত মগজুৰ কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যাৰ তালিকাখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে ভাৰত আৰু ব্ৰাজিলে স্থান লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd