• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে আজি ৰাষ্ট্ৰপতি ভৱনত প্রদান কৰে পদ্ম বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2019 3:53 pm
Untitled-1-copy-23-750x375

পদ্মশ্ৰী গ্ৰহণ কৰা অসমৰ দুগৰাকী ব্যক্তি ডাঃ ইলিয়াছ আলী আৰু উদ্ধৱ ভৰালী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠান সোমবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ২০১৯ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত দেশৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱা ১১২ গৰাকী প্ৰাপকৰ ভিতৰত ৫৬জন ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰা হয়। বাকী আন ৫৬ গৰাকীক অহা ১৬ মাৰ্চত প্ৰদান কৰিব এই পদ্ম সন্মান।

আজিৰ এই অনুষ্ঠানত অসমৰ বিশিষ্ট উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালী আৰু বিশিষ্ট শল্য চিকিৎসক ডাঃ ইলিয়াছ আলীক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। তদুপৰি, ত্ৰিপুৰাৰ শিল্পী থাংগা দাৰ্লং, মণিপুৰৰ আৰ্চাৰ বম্বাইলা দেৱী লাইছৰাম আৰু ছিকিমৰ দ্ৰৌপদী ঘিমিৰাইয়ে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰে।

Apply Now

আনহাতে, পদ্মশ্ৰী, পদ্ম বিভূষণ আৰু পদ্ম ভূষণ বঁটা গ্ৰহণ কৰাসকলৰ মাজত আছিল প্ৰয়াত অভিনেতা কেদাৰ খান (অইনে গ্ৰহণ কৰে), আকালি দলৰ নেতা সুখদেৱ সিং ধিনছা আৰু প্ৰসিদ্ধ সাংবাদিক প্ৰয়াত কুলদীপ নায়াৰ (তেওঁৰ হৈ অইনে গ্ৰহণ কৰে)।

এওঁলোকৰ মাজত কেদাৰ খানক (মৰণোত্তৰভাৱে) পদ্মশ্ৰী, কুলদীপ নায়াৰক (মৰণোত্তৰভাৱে) আৰু সুখদেৱ সিং ধিনছাক পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হয়।

উল্লেখযোগ্য যে দৰং জিলাৰ চেঙেলীয়াঝাৰৰ ওচৰৰ জজিয়াত জন্মগ্ৰহণ কৰা প্ৰখ্যাত শল্য চিকিৎসক ইলিয়াছ আলীয়ে পুৰুষৰ বন্ধ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰি জনবিস্ফোৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি সমাজলৈ অতুলনীয় বৰঙণি আগবঢ়াই আহিছে। বিশেষকৈ চৰ-চাপৰিৰ মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত পুৰুষৰ বন্ধ্যাকৰণৰ ব্যৱস্থা একক অভিযানেৰে ৰূপায়ণ কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছে।

আনহাতে, দৈনন্দিন জীৱনযাত্ৰাৰ বাবে প্ৰয়োজন হোৱা ১৪৯ বিধ যন্ত্ৰ উদ্ভাৱন কৰি উদ্ভাৱক উদ্ধৱ কুমাৰ ভৰালীয়ে সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াইছে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী উদ্ধৱ ভৰালীয়ে এই আৱিষ্কাৰৰ জৰিয়তে ইতিমধ্যে তিনিটা আন্তৰ্জাতিক বঁটা, ১৩টা ৰাষ্ট্ৰীয় বঁটা আৰু ১১টা ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি, পেছাত এগৰাকী অভিযন্তা লখিমপুৰৰ কে বি ৰোড নিৱাসী উদ্ধৱ কুমাৰ ভৰালীয়ে চৰকাৰী চাকৰি ত্যাগ কৰি যন্ত্ৰ আৱিষ্কাৰৰ এই উদ্ভাৱনী কামত দীৰ্ঘদিন ধৰি আত্মনিয়োগ কৰি আহিছে। ভৰালীৰ আৱিষ্কাৰ সন্দৰ্ভত ডিস্ক’ভাৰী, বি বি চি আদি চেনেলে ইতিমধ্যে বিশদভাৱে সম্প্ৰচাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd