• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ সলনিৰ প্ৰশ্নই নাহে; বিডেনৰ সমালোচনাক প্ৰত্যুত্তৰ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 29, 2020 2:06 pm

2 min read

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ সলনিৰ প্ৰশ্নই নাহে; বিডেনৰ সমালোচনাক প্ৰত্যুত্তৰ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

ট্ৰাম্প

820
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা প্ৰাক্তন মাৰ্কিন উপৰাষ্ট্ৰপতি জ’ বিডেনে ড’নাল্ড ট্ৰাম্পে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব বুলি সমালোচনা কৰাৰ পাছতে বিডেনৰ সমালোচনাৰ উত্তৰ দিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে।

ক’ৰ’না মহামাৰীৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ পিছুওৱাৰ কোনোধৰণৰ কথা ৰাষ্ট্ৰপতি ট্ৰাম্পে ভবা নাই বুলি স্পষ্ট কৰি দিয়ে।

‘‘মই কেতিয়াও নিৰ্বাচনৰ তাৰিখ সলনি কৰাৰ কথা ভবাই নায়। মই কিয় তেনে কৰিম? ৩ নৱেম্বৰ, এইটো ভাল সংখ্যা,’’ ট্ৰাম্পে কয়।

আনহাতে, তেওঁ নিৰ্বাচনক লৈ যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলিও মন্তব্য প্ৰকাশ কৰে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ জীৱন সুনিশ্চিত কৰাটো ট্ৰাম্পৰ আটাইতকৈ ডাঙৰ লক্ষ্য বুলি উল্লেখ কৰি বিডেনে মহামাৰীৰ সময়তো ৰাজনীতি কৰিবলৈ এৰা নাই বুলি কটাক্ষ কৰে।

উল্লেখযোগ্য যে, ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিডেনে ক’ৰ’না মহামাৰী নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব বুলি সমালোচনা কৰিছিল।

আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি বৰাক ওবামা, বিগত বৰ্ষৰ ৰাষ্ট্ৰপতি পদৰ পৰাজিত প্ৰাৰ্থী হিলাৰী ক্লিণ্টনেও আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনলৈ মুকলি সমৰ্থন আগবঢ়াইছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd