• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষামন্ত্ৰীৰ ঘোষণা : কোভিড সংক্ৰমণৰ বাবে বন্ধ হ’ব ৰাজ্যৰ কিছুমান বিদ্যালয়, কিন্তু কোনবোৰ বিদ্যালয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2021 7:06 pm
Himanta
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সম্বোধন কৰা এক সংবাদ মেলত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বৰ্তমান কোভিড পৰিস্থিতিৰ সম্পৰ্কে এক ছায়া চিত্ৰ দাঙি ধৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত কোভিড সংক্ৰমণ পূৰ্বৰ কিছুদিনতকৈ বৃদ্ধি পালেও ই নিয়ন্ত্ৰণাধীন হৈয়ে আছে।

Apply Now

ৰাজ্যৰ কোভিড আক্ৰান্তৰ হাৰ এতিয়াও ১ শতাংশ তলত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ১১ এপ্ৰিলৰ পৰা ১৬ তাৰিখলৈকে সংক্ৰমণৰ হাৰ মাত্ৰ ০.৮৮ শতাংশহে। ৰাজ্যত কোভিড টেষ্টৰ পৰিমাণ দৈনিক ৫০ হাজাৰৰ ওপৰলৈ বৃদ্ধি কৰা বুলিও সদৰী কৰিছে মন্ত্ৰী শৰ্মাই।

ইফালে ৰাজ্যৰ শিক্ষা বিভাগে জিলা উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰি যিসমূহ জিলাত দৈনিক ১০০ টাকৈ বা তাতোধিক কোভিড পজিটিভ লাভ কৰিব সেই জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে।

এই ক্ষেত্ৰত চৰকাৰীভাৱে কোনো নীতি নিৰ্দেশনা জাৰি কৰা নহয়, জিলা কৰ্তৃপক্ষই জিলাখনত দৈনিক ১০০ টাকৈ কোভিড পজিটিভ কেচ লাভ কৰাৰ লগে লগে প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰি দিব পাৰিব।

আনহাতে অসম চৰকাৰে ৰাজ্যখনৰ সমগ্ৰ জিলাসমূহত মাস্ক পৰিধান নকৰা যিকোনো ব্যক্তিৰ ওপৰত ১০০০ টকাৰ জৰিমনা আৰোপ কৰাৰ নিৰ্দেশও প্ৰদান কৰিছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মতে ৰাজ্যখনৰ চিকিৎসালয়সমূহত কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে ৰেমডেচিভিৰ বেজী পৰ্যাপ্ত পৰিমাণে আছে। কোভিড ৰোগীৰ বাবে আইচিইউ, ভেণ্টিলেশ্যনৰ বিচনাও পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে অসমত কোভিড সংক্ৰমণৰ গতি দেশৰ অন্য ৰাজ্যৰ তুলনাত তেনেই মন্থৰ।

ভাইৰাছবিধ যিহেতু খুব সোনকালে সংক্ৰমিত হয় সেয়ে ৰাজ্যৰ বাহিৰৰ পৰা অহা ঘৰৰ কোনো মানুহৰ সৈতে সম্পৰ্কলৈ অহাৰ পৰা বিৰত থাকিবলৈও ৰাজ্যবাসীক আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত ৫৭৩ গৰাকী কোভিড পজিটিভ পোৱা গৈছে।

শুকুৰবাৰলৈকে ৰাজ্যখনত ২,২২,৯৪০ গৰাকী লোক কোভিড পজিটিভ বুলি উল্লেখ কৰি বৰ্তমান ৪,০৮৯ গৰাকী ৰোগীৰ শৰীৰত কোভিড এক্টিভ হৈ আছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ৰাজ্যত কোভিড আক্ৰান্ত হৈ ১,১২৭ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত নতুন চৰকাৰেহে সিদ্ধান্ত ল’ব বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যত লকডাউনৰ সম্ভাৱনাৰ কথাও অস্বীকাৰ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিশাল সংখ্যক জনতা উপস্থিত থকা নিৰ্বাচনী সভাসমূহৰ বাবে ৰাজ্যত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ কোনো তথ্যা স্বাস্থ্য বিভাগে লাভ কৰা নাই বুলিও মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd