• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও কচুৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত মুকলেচ আলীক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , March 11, 2019 11:27 am

1 min read

নগাঁও কচুৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত মুকলেচ আলীক গ্ৰেপ্তাৰ
220
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ কচুঁৱা হালধিআটিত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল খলনায়ক তথা অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কচুৱা আৰু কামপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই কচুৱাৰ পৰা দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ফেৰীৱালা মুকলেচ আলীক গ্ৰেপ্তাৰ কৰে। দুই নং কচুৱাৰ নিৱাসী লম্পট মুকলেচ আলী ঘটনা সংঘটিত হোৱা দিনৰে পৰা এসপ্তাহ ধৰি পলাতক হৈ আছিল।

উল্লেখযোগ্য যে যোৱা ৩ মাৰ্চত কচুৱাৰ হালধিআটি পথাৰত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক অপহৰণ কৰি মুকলেচ আলীসহ ৭ জনীয়া নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰিছিল।

পূৰ্বতে যোৱা ৯ মাৰ্চত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত পাঁচ লম্পটক আটক কৰাৰ পিছতে আজি মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৬ জন লোকক আটক কৰবলৈ সক্ষম হৈছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd