• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুৱেইটত অগ্নিকাণ্ডত ৪০ জন ভাৰতীয়ৰ মৃত্যু; জৰুৰী বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী, সাহায্য ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2024 8:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছত বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোডীয়ে এখন জৰুৰী বৈঠকত বহে। বৈঠকত তাত থকা ভাৰতীয়সকলৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মূলতঃ ই এক পৰ্যালোচনা বৈঠক আছিল।

বাতৰি অনুসৰি, কুৱেইটত বিধ্বংসী অগ্নিকাণ্ডটোত কমেও ৪০ জন ভাৰতীয়কে ধৰি ৪৯ জন লোকে প্ৰাণ হেৰুৱাইছে। প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰতিজন ভাৰতীয়ৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

কুৱেইটৰ দক্ষিণ আহমদী গভৰ্ণমেন্টৰ মাংগাফ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেণ্টৰ তলৰ মহলাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৫০ জনতকৈ অধিক লোক আহত হয়।

Apply Now

লগতে পঢ়কঃ য়েমেনৰ উপকূলত শোকাবহ ঘটনা; নাও ডুবাৰ ফলত ৪৫ জনৰ সলিল সমাধি, নিখোঁজ ১৪০ জন

বিষয়াসকলৰ মতে, অধিকাংশ লোকৰ মৃত্যু হৈছে শুই থকা বাসিন্দাসকল ধোঁৱাত শ্বাসৰুদ্ধ হোৱাৰ বাবে। অৱশ্যে বিষয়াসকলে লগতে জনায় যে বাসিন্দাসকলৰ এটা ‘বৃহৎ অংশ’ আঁতৰাই নিয়া হৈছে।

বৈঠকৰ অন্তত কুৱেইটলৈ সাহায্যৰ কাম চোৱাচিতা কৰিবলৈ প্ৰেৰণ কৰা কেন্দ্ৰীয় মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে মৃতসকলৰ পৰিচয় চিনাক্তৰ কাম চলাই থকা হৈছে।

তেওঁ কয়, “আমি ভুক্তভোগীৰ লগত আছো। আমি তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আমি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিছো আৰু আমি কাইলৈ ​​পুৱা কুৱেইটলৈ ৰাওনা হ’ম। আমি পৰিস্থিতি পুনৰীক্ষণ কৰি চিকিৎসালয়ত ভৰ্তি হোৱাসকলক লগ কৰিম।‘’

লগতে পঢ়কঃ ICC T-20 World Cup: টী-২০ বিশ্বকাপত জয়ৰ হেট্ৰিকেৰে অপ্ৰতিৰোধ্য ভাৰত; আমেৰিকা যুক্তৰাষ্ট্ৰকো হৰুৱালে ভাৰতে

নতুনকৈ শপত গ্ৰহণ কৰা বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী মনমোহন সিঙে কয় যে, ‘বেছিভাগ লোক কেৰেলা আৰু দক্ষিণ ভাৰতৰ পৰা আহিছে।‘ কেৰালাৰ সংবাদ মাধ্যমৰ বাতৰি মতে, এই শোকাৱহ দুৰ্ঘটনাৰ বলি হোৱা ভাৰতীয়সকলৰ ভিতৰত ৰাজ্যখনৰ আৰু বহু লোক আছে।

Upon reaching back to Delhi after today’s two oath taking ceremonies, chaired a meeting to review the situation in the wake of the fire mishap in Kuwait, where people of Indian origin have been affected.

GoI is doing everything possible to assist those affected by this gruesome… pic.twitter.com/DVmeCcEGZH

— Narendra Modi (@narendramodi) June 12, 2024

কে জি আব্ৰাহাম নামৰ এজন মালয়ালী ব্যৱসায়ীৰ মালিকানাধীন এন বি টি চি গ্ৰুপটোৱে বহুমহলীয়া অট্টালিকাটো ভাড়াত লৈছিল য’ত বেছিভাগেই ভাৰতীয় শ্ৰমিক থকা বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ পূৰ্বে কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদৰ্শ ছোৱেকাই সেই স্থান পৰিদৰ্শন কৰ। দূতাবাসে জৰুৰীকালীন হেল্পলাইন নম্বৰ: +৯৬৫ ৬৫৫০৫২৪৬ মুকলি কৰে। সংশ্লিষ্ট সকলোকে আপডেটৰ বাবে এই হেল্পলাইনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

June 29, 2026 7:26 pm
মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

June 29, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd