• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 9:31 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে পুনৰ এবাৰ বিশ্বমঞ্চত সন্মানিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহনক্ষম উন্নয়ন, পৰিৱেশ সুৰক্ষা আৰু নীল অৰ্থনীতি বা সাগৰীয় সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া অৱদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছেচেলছ চৰকাৰে সন্মানীয় গাৰ্ডিয়ান অফ দ্য ব্লু হৰাইজন বঁটাৰে ভূষিত কৰিছে। এই ৰাষ্ট্ৰীয় সন্মানৰ জৰিয়তে সৰু সৰু দ্বীপৰাষ্ট্ৰসমূহৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা, আন্তৰ্জাতিক সহযোগিতা আৰু সাগৰীয় সম্পদৰ ব্যৱস্থাপনাত তেওঁ লোৱা বিশেষ ভূমিকাক স্বীকৃতি দিয়া হৈছে। বিশেষজ্ঞসকলৰ মতে এই সন্মানে ভাৰত আৰু ছেচেলছৰ মাজৰ সম্পৰ্কক অধিক মজবুত কৰি তুলিব। দেওবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ পৰা এই কথা জানিব পৰা গৈছে।

এই সন্মান গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে নিজৰ আনন্দ প্ৰকাশ কৰিছে। তেওঁ লিখিছে যে গাৰ্ডিয়ান অফ দ্য ব্লু হৰাইজন বঁটা লাভ কৰি তেওঁ অতিশয় আপ্লুত হৈছে আৰু অতি নম্ৰতাৰে এই সন্মান গ্ৰহণ কৰিছে। এই বঁটা তেওঁ বিশ্বৰ সেই সকলোবোৰ দেশকে উৎসৰ্গ কৰিছে যিবোৰ দেশে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি আছে। ইয়াৰ উপৰিও পৰিৱেশ সুৰক্ষাক ভৱিষ্যত প্ৰজন্মৰ প্ৰতি নিজৰ দায়িত্ব বুলি গণ্য কৰা লোকসকলকো তেওঁ এই সন্মান উৎসৰ্গা কৰে।

Apply Now

জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা, বহনক্ষম উন্নয়ন আৰু পৰিৱেশ অনুকূল প্ৰগতিৰ বাবে বিশ্বমঞ্চত প্ৰধানমন্ত্ৰী মোদীয়ে ধাৰাবাহিকভাৱে লাভ কৰি অহা আন্তৰ্জাতিক স্বীকৃতিৰ তালিকায়াত এইটো এক নতুন সংযোজন। ইয়াৰ পূৰ্বেও তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সন্মানেৰে বিভূষিত হৈছে। এই বছৰৰে মে মাহত খাদ্য সুৰক্ষা নিশ্চিত কৰা, कृषि ব্যৱস্থাৰ পৰিৱৰ্তন আৰু বহনক্ষম খেতিৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থা ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে তেওঁক মৰ্যাদাপূৰ্ণ এগ্ৰিকলা মেডেল প্ৰদান কৰিছিল। ইয়াৰ উপৰিও ২০১৮ চনত বহনক্ষম অৰ্থনৈতিক উন্নয়ন, আন্তৰ্জাতিক সহযোগিতা আৰু সামগ্ৰিক বিকাশৰ বাবে তেওঁ চিউল শান্তি বঁটা লাভ কৰিছিল। সেই একেটা বছৰতে জলবায়ু সংক্ৰান্তীয় পদক্ষেপ আৰু আন্তৰ্জাতিক পৰিৱেশ সহযোগিতাৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে ৰাষ্ট্ৰসংঘই তেওঁক সৰ্বোচ্চ পৰিৱেশ সন্মান চেম্পিয়নছ অফ দ্য আৰ্থ প্ৰদান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm
গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd