• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিব পোৱাটো আমাৰ চৰকাৰৰ সৌভাগ্য : নৰেন্দ্ৰ মোডী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2019 3:02 pm
নৰেন্দ্ৰ মোদী।

নৰেন্দ্ৰ মোদী।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসম আৰু উত্তৰ-পূৰ্বাঞ্চললৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি ডিব্ৰুগড় আৰু যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু তপন গগৈৰ হৈ প্ৰচাৰ চলায়।

ভাষণৰ আৰম্ভণিতে মোডীয়ে অসমক চ্যুকাফা, চুতীয়া আৰু অন্যান্য ৰজা সকলৰ পৱিত্ৰ ভূমি বুলি উল্লেখ কৰি বিজেপি চৰকাৰে ড০ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিব পোৱাটো তেওঁৰ সৌভাগ্য বুলি মন্তব্য কৰে।

Apply Now

আনহাতে, স্বাধীনতাৰ সত্তৰ বছৰ পাছত অসমৰ মাত্ৰ ৪০ শতাংশ লোকে বিজুলী সংযোগ লাভ কৰিছিল কিন্তু বিজেপি চৰকাৰে পাঁচ বছৰতে প্ৰায় সকলো লোকলৈ বিজুলী সংযোগ দিয়া বুলি মোডীয়ে কয়। অসমৰ ২৭ লাখ পৰিয়ালৰ লোকক বছৰি পাঁচ লাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱা বিজেপি চৰকাৰৰ দিনতে সম্ভৱ হোৱা বুলি মোডীয়ে মন্তব্য কৰি তেওঁক ৰাইজৰ কাৰণে এইখিনি সেৱা আগবঢ়াব সুবিধা দিয়া বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

তদুপৰি, বিশ্বক প্ৰসিদ্ধ অসমৰ চাহ খুওৱা অসমৰ চাহ জনগোষ্ঠীৰ প্ৰয়োজনীয় নিম্নতম সুবিধাখিনি কংগ্ৰেছে কিয় ৭০ বছৰত পূৰণ কৰিব নোৱাৰিলে বুলি মোদীয়ে প্ৰশ্ন কৰি বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলৰ বাবে ভালেমান উন্নয়ণমূলক আঁচনি হাতত লোৱা বুলি কয়।

কংগ্ৰেছে দীৰ্ঘদিন ধৰি অৱহেলাৰে পেলাই থোৱা চুক্তি ৰূপায়ণৰ বাবে বিজেপি চৰকাৰে কাৰ্য্যব্যৱস্থা হাতত লোৱা বুলি মোডীয়ে উল্লেখ কৰি অসমৰ ঐতিহ্য আৰু পৰম্পৰাক ৰক্ষা কৰি বিজেপি চৰকাৰে সেই কাম সম্পূৰ্ণ কৰিব বুলি তেওঁ কয়।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগতো সংবিধান অনুযায়ী টাই-আহোম, মৰাণ, মটক, কোচ-ৰাজবংশী,চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিদেশী সকলক চিনাক্তকৰণৰ বাবে নাগৰিক পঞ্জী উন্নয়ণৰ কামো হাতত লৈছে বুলি মন্তব্য কৰে।

তদুপৰি, বিজেপি চৰকাৰে অসমৰ তৈল খণ্ডতো বিনিয়োগ বৃদ্ধি কৰা বুলি কয় মোডীয়ে। লগতে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত চৰকাৰে লোৱা কঠোৰ সিদ্ধান্তৰ বাবে কংগ্ৰেছৰ নিদ্ৰা ভংগ হোৱা বুলি তেওঁ সমালোচনা কৰে।

বিজেপি চৰকাৰে বগীবিল, ঢলা শদিয়াৰ দলঙৰ কাম সম্পূৰ্ণ কৰি মৰাণ আৰু উত্তৰ-পূবৰ লগত দিল্লীৰ যোগাযোগ ব্যৱস্থাও বৰ্তমানৰ চৰকাৰখনৰ দিনতে আগবঢ়া বুলি কয় মোদীয়ে।

শিক্ষাৰ ক্ষেত্ৰতো  তিনিচুকীয়াত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ত ক্ৰীড়া বিশ্ববিদ্যালয়, দিব্যাংগ সকলৰ বাবে আই টি আই আদি বিজেপি চৰকাৰৰ কামৰ উল্লেখযোগ্য নমুনা বুলি মোদীয়ে মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd