DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বাঁহ শিল্পী-উদ্যমীৰ কথা উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে ক’লে ‘মন কী বাত’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 12:36 pm
namo_1587707705_618x347 new

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

5.1k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ মাজতে আজি আকৌ এবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।

প্ৰধান মন্ত্ৰীয়ে কয় যে দুমাহৰ লকডাউনৰ পাছত দেশত পুনৰ সকলোবোৰ খুলিবলৈ লোৱাৰ সময়ত আমি আৰু অধিত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে।

চৰকাৰে কৰ’নাৰে সৈতে সাৱধানতাৰে মোকাবিলা কৰিছে বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে কয় যে দেশৰ সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত কৰ’নাৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ চলাই থকা হৈছে।

প্ৰধান মন্ত্ৰীয়ে আকৌ এবাৰ দুই গজ দূৰত্ব মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধান মন্ত্ৰীয়ে কৰ’নাৰ সংকটৰ সময়ত নিৰৱিচ্ছিন্নভাৱে মানুহৰ সহায়ৰ বাবে লাগি থকা এনে কিছুমানৰ লোকৰ কথাও উল্লেখ কৰে।

তেওঁ পঞ্জাৱৰ পাঠানকোটৰ দিব্যাংগ ৰাজুৱে আনৰ সেৱাৰ বাবে সৰু পুঁজিৰে ৩০০০তকৈয়ো অধিক মাস্ক বনাই মানুহৰ মাজত বিতৰণ কৰাৰ লগতে ১০০ পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী গোটোৱাৰ কথা উল্লেখ কৰে।

সেৱাৰ মনোভাৱেৰে মানুহক সহায় কৰা এনে সকলো লোককে প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰশংসা কৰি তেওঁলোকলৈ আন্তৰিক অভিনন্দন জনায়।

প্ৰধামন্ত্ৰী মোদীয়ে লগতে কয় যে পূব ভাৰতৰ লোকসকলে দেশৰ অৰ্থব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তেওঁ উল্লেখ কৰে যে মহিলাৰ দ্বাৰা উৎপাদিত বাঁহৰ সামগ্ৰীৰ ব্যৱসায় কৰা অসমৰ সুদীপে অহা দুটা বছৰত নিজৰ সামগ্ৰীখিনিক এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড ৰূপে গঢ়ি তুলিব বুলি লিখিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ শ্ৰমিকসকলৰ দুৰ্দশাৰ কথা দেশবাসীয়ে অনুভৱ কৰা বুলি উল্লেখ কৰি ৰে’ল বিভাগ তেওঁলোকৰ সেৱাত নিৰন্তৰ লাগি থকা বুলি কয়।

প্ৰবাসী শ্ৰমিকসকললৈ চাই তেওঁলোকৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন হৈছে আৰু তাৰ বাবে চৰকাৰ আগবাঢ়িছে বুলি প্ৰধান মন্ত্ৰীয়ে কয়।

প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ গাঁও আৰু চহৰসমূহক শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰে।

তেওঁ কৰ’নাৰ বিৰুদ্ধে যুঁজখন দীঘলীয়া হ’ব বুলি উল্লেখ কৰি ইয়াৰ প্ৰত্যাহ্বান গ্ৰহম কৰি সুপৰিকল্পিতভাৱে আগবাঢ়িব লাগিব বুলিও কয়।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd