DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাতৃ প্ৰিন্স এণ্ড্ৰিউক চিৰদিনৰ বাবে ৰাজপ্ৰাসাদত নিষিদ্ধ কৰিলে ৰজা তৃতীয় চাৰ্লছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2022 3:05 pm
89
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে তেওঁৰ ভাতৃ প্ৰিন্স এণ্ড্ৰিউক বাকিংহাম পেলেচৰ পৰা চিৰদিনৰ বাবে বিদায় জনায়। যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ৬২ বছৰীয়া প্ৰিন্স এণ্ড্ৰিউৱে চলিত বছৰৰ জানুৱাৰীত তেওঁৰ ৰাজকীয় উপাধি হেৰুৱাইছিল।

মানৱ সৰবৰাহৰ অভিযোগত অভিযুক্ত জেফ্ৰি এপষ্টাইন আৰু জিছলেইন মেক্সৱেলৰ সৈতে সম্পৰ্কৰ বাবে এণ্ড্ৰিউক তিনি বছৰ আগতে ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল।

লগতে পঢ়ক: শোভৰাজক ফ্ৰান্সলৈ প্ৰেৰণ কৰিলে নেপালে; ‘চিৰিয়েল কিলাৰ’ৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা

অৱশ্যে, প্ৰিন্স এণ্ড্ৰিউৱে সদায় তেওঁৰ বিৰুদ্ধে থকা অভিযোগ অস্বীকাৰ কৰি আহিছে। ব্ৰিটিছ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এতিয়াৰে পৰা ৰাজকীয় প্ৰাসাদত প্ৰিন্স এণ্ড্ৰিউৰ বাবে কোনো ঘৰ বা কাৰ্যালয় নাথাকিব। 

জানিব পৰা মতে প্ৰয়াত ৰাণী এলিজাবেথে তেওঁৰ পুত্ৰ এণ্ড্ৰিউক ৰাজপ্ৰাসাদ ব্যৱহাৰৰ অলিখিত অনুমোদন দিছিল। আনকি ২০২০ চনত ৰাজপৰিয়ালৰ পৰা পদত্যাগ কৰাৰ পাছতো প্ৰিন্স এণ্ড্ৰিউৱে সীমিত সংখ্যক কৰ্মচাৰীৰ সৈতে ৰাজপ্ৰাসাদত নিজৰ পদ বজাই ৰাখিছিল। কিন্তু এইবাৰ ৰজা চাৰ্লছে তেওঁৰ ভাতৃক ৰাজপ্ৰাসাদৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে।

যোৱা ৮ ছেপ্টেম্বৰত ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় চাৰ্লছে ব্ৰিটেইনৰ ৰজা হিচাপে দায়িত্ব গ্ৰহণ কৰে। ৰাণীৰ স্বামী প্ৰিন্স ফিলিপৰ ২০২১ চনত ৯৯ বছৰ বয়সত মৃত্যু হয়। ৰাণী দ্বিতীয় এলিজাবেথ আৰু ৰাজকুমাৰ ফিলিপৰ চাৰিটা সন্তান আছে। তেওঁলোক হ’ল – চাৰ্লছ তৃতীয়, ৰাজকুমাৰী এনি, প্ৰিন্স এণ্ড্ৰিউ আৰু প্ৰিন্স এডৱাৰ্ড।

লগতে পঢ়ক: অ’মিক্ৰন চাব-ভেৰিয়েণ্টৰ প্ৰকোপত দিশহাৰা চীন; এদিনতে আক্ৰান্ত ৩কোটি ৭০ লাখ লোক

উল্লেখ্য যে এণ্ড্ৰিউক তেওঁৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সামৰিক আৰু ৰাজকীয় কাপোৰ পিন্ধিবলৈ অনুমতি দিয়া হোৱা নাছিল। ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ  পিছতেই ৰজা তৃতীয় চাৰ্লছে তেওঁৰ ভাতৃ এণ্ড্ৰিউক জনাইছিল যে তেওঁ পুনৰ কেতিয়াও ৰাজপৰিয়াললৈ ঘূৰি আহিব নোৱাৰিব। যোৱা মাহত ৰজাই তেওঁৰ ভাতৃৰ নিৰাপত্তাও উঠাই লৈছিল।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd