• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৯.৪৮ কোটি ধন প্ৰতাখ্যান! সাধাৰণ যুৱকক বিয়া কৰাব ৰাজকুমাৰীয়ে

নর্থ ইষ্ট নাও by নর্থ ইষ্ট নাও
September 5, 2021 4:54 pm
WhatsApp Image 2021-09-05 at 4.53.19 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১.৩ মিলিয়ন মাৰ্কিন ডলাৰ ধন প্ৰত্যাখান কৰি সাধাৰণ শ্ৰেণীৰ এক যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব জাপানৰ ৰাজকুমাৰী মাকো।

ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে ৰাজকুমাৰী মাকোৱে।

Apply Now

মাকোৱে তেওঁৰ কলেজীয়া জীৱনৰ প্ৰেমিক কেই ক’মুৰোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ আমেৰিকাৰ নিউ ইয়ৰ্কত স্থায়ীভাৱে বসবাস কৰাৰ বাবে মনস্থ কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ৰাজকুমাৰী মাকোৱে টকিঅ’ৰ ইন্টাৰনেশ্যনেল খ্ৰীষ্টিয়ান ইউনিৰ্ভাছিটিত প্ৰথমবাৰৰ বাবে ক’মুৰোক লগ পাইছিল আৰু ২০১৩ চনত ক’মুৰোৱে মাকোক প্ৰেমৰ প্ৰস্তাৱ দিছিল।

তেতিয়াৰে পৰাই ৰাজকুমাৰী মাকোৱে সাধাৰণ শ্ৰেণীৰ যুৱক ক’মুৰোৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে। ক’মুৰোৱে আমেৰিকাত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল।

ইফালে ইতিমধ্যে মাকোৱে ইংলেণ্ডৰ লেইষ্টাৰ ইউনিৰ্ভাছিটিৰ পৰা আৰ্ট মিউজিয়াম এণ্ড গেলাৰী ষ্টাডিজৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে।

ইতিমধ্যে ৰাজ পৰিয়ালে মাকো আৰু প্ৰেমিক ক’মুৰোৰ বিবাহত সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

ৰাজপৰিয়ালে এই বিবাহত সন্মতি প্ৰদান কৰি মাকোক ভাৰতীয় মূল্যত ৯.৪৮ কোটিৰো অধিক ধন প্ৰদান কৰিছিল। কিন্তু মাকোৱে এই ধন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।

আনহাতে জাপানী ৰাজপৰিয়ালৰ আইন অনুসৰি কোনো ৰাজকুমাৰীয়ে সাধাৰণ শ্ৰেণীৰ লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’লে জাপানী ৰাজপৰিয়াল ত্যাগ কৰিব লাগে।

উল্লেখ্য যে ২০১৬ চনতে মাকো আৰু প্ৰেমিক ক’মুৰোৱে সংবাদ মেল সম্বোধন কৰি ২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁলোকে বিবাহপাশত আৱদ্ধ হ’ব বুলি সদৰী কৰিছিল।

ইপিনে সাধাৰণ শ্ৰেণীৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা সদৰী কৰাৰ লগতে ৰাজপৰিয়ালে প্ৰদান কৰা বিশাল ধনৰাশি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজকুমাৰী মাকো।

নর্থ ইষ্ট নাও

নর্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd