• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যৌন নিৰ্যাতনৰ অভিযোগত নলবাৰীৰ পানীগাঁওস্থিত চেইণ্ট মেৰিজ স্কুলৰ অধ্যক্ষ ফাদাৰ ফিলিপছক গ্ৰেপ্তাৰ

NE NOW NEWS মুকুট দাস
গুৱাহাটী , August 20, 2018 10:52 pm

1 min read

StMarySchool
100
VIEWS
Share on FacebookShare on Twitter

এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উঠিল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে। নলবাৰীৰ পানীগাঁওস্থিত চেইণ্ট মেৰিজ নামৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ ৫০ বছৰীয়া অধ্যক্ষ ফাদাৰ ফিলিপছৰ বিৰুদ্ধে বিদ্যালয়খনত ৰান্ধীন হিচাপে কাম কৰা যুৱতীগৰাকীয়ে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে।

নিৰ্য্যাতিতাৰ ভাষ্যৰ ভিত্তিত আজি বেলশৰ আৰক্ষীয়ে অধ্যক্ষজনক গ্ৰেপ্তাৰ কৰিছে।

বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিপুল বড়োৱে জানিবলৈ দিয়ামতে, আজি পুৱা ৬ বজাত যুৱতীগৰাকীৰ দেউতাক বাহিৰলৈ কিবা কামত ওলাই যোৱাৰ পিছতে ঘটনাটো ঘটে।

আৰক্ষীয়ে কোৱামতে, অধ্যক্ষজনে দেউতাক নথকা অৱস্থাতে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি তেওঁক যৌন নিৰ্য্যাতন চলায়।

“স্থানীয় এজন লোকে ঘটনাটো সন্দৰ্ভত ফোন যোগে আমাক খবৰ দিয়ে। অধ্যক্ষজনে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি এই অপকৰ্ম কৰা বুলি অভিযোগ উঠিছে আমি তদন্ত কৰি আছো।” এইদৰে কয় বড়োৱে।

ভুক্তভোগী ছোৱালীজনীৰ ভাষ্য লোৱাৰ পিছত পুৱা ১১ বজাত আৰক্ষীয়ে অধ্যক্ষজনক বিদ্যালয়ৰ চৌহদৰ পৰাই আটক কৰি থানালৈ আনে।

 

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd