• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰৰ আত্মহত্যাৰ ঘটনা : ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু দোষী অধ্যাপকক নিলম্বন

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
September 15, 2018 6:30 pm
Dhakuakhana
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ ছেপ্তেম্বৰত এজন ছাত্ৰই অধ্যক্ষ আৰু এজন অধ্যাপকৰ দ্বাৰা অপমানিত হৈ আত্মহত্যা কৰা ঘটনাত ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা উক্ত অধ্যাপকজনক নিলম্বন কৰিছে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে।

উল্লেখযোগ্য যে উক্ত দিনা এজনী ছোৱালীক জোকোৱাৰ অভিযোগত মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ দুলেন চুতীয়া আৰু তেওঁৰ এজন বন্ধুক মহাবিদ্যালয়খনৰ খনীন দত্ত নামৰ এজন অধ্যাপকে চৰিয়াইছিল। পিছত অধ্যাপকজনে দুয়োকে অধ্যক্ষৰ কোঠালৈ লৈ যায়। অধ্যক্ষ ড০ যোগানন্দ সূতে পৰিচয়পত্ৰ কাঢ়ি লোৱাৰ লগতে ছাত্ৰ দুজনক ককৰ্থনা কৰে। আনকি মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰো হুমকি দিয়ে।

Apply Now

ইয়াৰ পিছতে দুলেন চুতীয়া নামৰ ছাত্ৰজনে নিজৰ ভাৰাঘৰলৈ গৈ মহাবিদ্যালয়ৰ য়ুনিফ’ৰ্ম পিন্ধি থকা অৱস্থাতে চিপ লৈ আত্মহত্যা কৰে।

ইয়াৰ পাছতেই দুলেন চুতীয়া ভাৰাঘৰলৈ আহি মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি থকা অৱস্থাৰেই দুপৰীয়া প্ৰায় এক বজাত চিপ লৈ আত্মহত্যা কৰে। ঘটনাটো ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ উক্ত দিনাৰ গধূলিয়েই সমদল কৰি অধ্যক্ষৰ বাসভৱন ঘেৰাও কৰে। অধ্যক্ষক বিচাৰি নাপাই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে থানা ঘেৰাও কৰে। অৱশ্যে, আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ বিষয়াই দলটোক দোষীক শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি ঘূৰাই পঠিয়ায়। ঘটনাৰ পিছদিনাও ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষক নিলম্বনৰ দাবীত ব্যাপক প্ৰতিবাদ অব্যাহত ৰাখে।

আনহাতে ১৪ ছেপ্তেম্বৰত লখিমপুৰ জিলাৰ উপায়ুক্ত ড০ জীৱন বি আৰু আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ঢকুৱাখনালৈ গৈ পৰিস্থিতি পৰ্য্যৱেক্ষণ কৰে। ইয়াৰোপৰি উত্তৰ মণ্ডলৰ ডি আই জি লাচিত বৰুৱায়ো ঢকুৱাখনা ভ্ৰমণ কৰে আৰু প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক দোষীক শাস্তি দিয়াৰ আশ্বাস দিয়ে। তেওঁ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে নিহত ছাত্ৰজনৰ ভোমা চুতীয়াগাৱঁৰ ঘৰলৈও যায়।

ইয়াৰ পিছত ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখন বৈঠকত অধ্যক্ষ ড- সূত আৰু ছাত্ৰজনক চৰিওৱা অধ্যাপক খনীন দত্তক নিলম্বনৰ সিদ্ধান্ত লোৱা হয়।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খাটিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

August 6, 2026 10:55 am
অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

August 6, 2026 10:33 am
নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

August 6, 2026 9:43 am
ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি সংসদত আইন প্ৰণয়ন কৰাৰ ক্ষমতাক লৈ পুনৰ বিতৰ্ক

August 6, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাস্তা থাকিলে খোজকঢ়া মানুহৰ বাবে সুকীয়াকৈ পদপথ থাকিবই লাগিব: কেন্দ্ৰক উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খাটিব নোৱাৰিব: উচ্চতম ন্যায়ালয়

August 6, 2026 10:55 am
অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

August 6, 2026 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd