• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৃহৎ খবৰ! অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ আৰু নহয় প্ৰিয়ংকা চোপ্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2019 8:51 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

অসমত চলিত বানপানীত প্ৰিয়ংকা চোপ্ৰাৰ ভূমিকাত অসন্তুষ্ট বহুলোকে চ’চিয়েল মিদিয়াত অভিনেত্ৰীগৰাকীক সমালোচনা কৰি থকাৰ মাজতে আহিছে এই খবৰ।

অভিনেত্ৰী চোপ্ৰা বৰ্তমান অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ হৈ থকা নাই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক আচৰিত কৰিব পৰা এই কথা ঘোষণা কৰিছে।

ৰাজ্যজোৰা বিধ্বংসী বানৰ মাজতে মন্ত্ৰীজনে টুইটাৰত ঘোষণা কৰিছে যে চোপ্ৰাৰ সৈতে অসম চৰকাৰৰ চুক্তিৰ ম্যাদ উকলি গৈছে।

Himantas-tweet-over-Priyanka-Chopras-engagement-with-Assam-government
মন্ত্ৰী শৰ্মাৰ টুইট।

অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে ২০১৬ চনৰ ১৯ ডিচেম্বৰত অসম চৰকাৰে এক চুক্তি কৰিছিল।

২০১৭ চনত বলিউদ অভিনেত্ৰীগৰাকীক লৈ “অচাম আছাম” শীৰ্ষক এলানি প্ৰচাৰ ছবি প্ৰস্তুত কৰা হৈছিল। অসমত পৰ্য্যটনক গতি দিয়াৰ বাবে নিৰ্মিত এইলানি প্ৰচাৰ ছবিত প্ৰিয়ংকা চোপ্ৰাক সাঙুৰি এশিঙীয়া গঁড়, অসমৰ চাঽ আৰু ব্ৰহ্মপুত্ৰত ফ’কাছ কৰা হৈছিল।

চলিত বানত বিধ্বস্ত অসমক সহায় কৰিবলৈ বুধবাৰে টুইটাৰযোগে অভিনেত্ৰীগৰাকীয়ে আহ্বান জনাইছিল।

Extremely devasted by all the news coming in from #Assam and other parts of India.
It’s heartbreaking to read about the displacement and loss of life. My prayers with those affected.

Please donate at https://t.co/d5dow5OuLG and https://t.co/GNytaEqF0r

— PRIYANKA (@priyankachopra) July 17, 2019

ইফালে চোপ্ৰাক অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে পুনৰ নৰখাটোত একাংশই অসন্তুষ্টি ব্যক্ত কৰিছে।

“আমাৰ (পৰ্য্যটন) ব্ৰেণ্ড এম্বেছেদৰৰূপে অসম চৰকাৰে প্ৰিয়ংকা চোপ্ৰাক নৰখাৰ সিদ্ধান্ত কিয় ল’লে আমি বুজা নাই,” গুৱাহাটীৰ ৰাজীৱ দাস নামৰ এজন ব্যৱসায়ীৰ মত।

নন্দিতা দত্ত নামৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ মতে, “অচাম আছাম প্ৰচাৰত প্ৰিয়ংকা চোপ্ৰাৰ উপস্থিতিয়ে আমাক ভাৰতজুৰি জনপ্ৰিয়তা অৰ্জাত সহায় কৰিছিল। তেওঁক বাদ দিয়াৰ সিদ্ধান্ত ভুল।”

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd