• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাসনলৈ আহিলে অগ্নিপথ আঁচনি বাতিল কৰিব কংগ্ৰেছেঃ প্ৰিয়ংকা গান্ধী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 4, 2022 9:00 pm
priyanka
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছোনিয়া কন্যা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে হিমাচল প্ৰদেশৰ এখন জনসভাত কয় যে যদি তেওঁৰ দল কংগ্ৰেছ কেন্দ্ৰত ক্ষমতালৈ আহে তেন্তে অগ্নিপথ সেনা নিযুক্তি আঁচনি বাতিল কৰিব।

প্ৰিয়ংকাই নিৰ্বাচনমুখী হিমাচল প্ৰদেশৰ কাংৰা জিলাত এক ৰেলী সম্বোধন কৰি এই ঘোষণা কৰে। তেওঁ কয় “যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ গঠন হ’ব তেতিয়া আমি অগ্নিপথ আঁচনি বাতিল কৰিম। আমি যি প্ৰতিশ্ৰুতি দিওঁ, সেয়া পূৰণ কৰোঁ। ছত্তীশগড়ত, আমি কৃষকৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দিছিলো আৰু ইয়াক কাৰ্যকৰী কৰা হৈছে,” ।

Apply Now

কেইবাটাও বিৰোধী দলে উত্থাপন কৰা আপত্তি স্বত্বেও প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে আঁচনিখন বাতিল কৰা নহ’ব।
কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন্দোলন অতি তীব্ৰতৰ হৈ পৰিছিল। প্ৰথম অৱস্থাত মূলত: বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যত সৃষ্টি হোৱা প্ৰতিবাদ দেশৰ আন আন প্ৰান্ততো মূৰ দাঙি উঠিছিল।

সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতাৰে নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই অগ্নিপথ যোজনাৰ বিৰুদ্ধে সৃষ্টি কৰা এই আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল।

অগ্নিপথ আঁচনিৰ জৰিয়তে নিযুক্তি লাভ কৰা ১০ শতাংশ অগ্নিবীৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত সংৰক্ষণৰ টোপ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু কেন্দ্ৰৰ এই লোভনীয় টোপত ভুল নগৈ প্ৰতিবাদী যুৱক-যুৱতী সকলে অব্যাহত ৰাখিছিল আন্দোলন।

বিৰোধী দলসমূহে প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াই চৰকাৰৰ অগ্নিপথ আঁচনি বাতিল কৰিবলৈ দাবী জনাই আহিছে।

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও অগ্নিপথ আন্দোলনলৈ সমৰ্থন আগবঢ়াই বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীক্ষ্ণ বাক্যবাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

বহিঃৰাজ্যত আকৌ অসমৰ যুৱকৰ মৃত্যু  : কৰ্মস্থলীত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ  দুই যুৱকে

September 19, 2026 10:52 am
এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

এবছৰে দেখা নাই, মাত শুনা নাই প্ৰাণৰ শিল্পীৰ! আজি লোকেলোকাৰণ্য জুবিন ক্ষেত্ৰ

September 19, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

পৰীক্ষাত চেটজিপিটি ব্যৱহাৰ কৰি ধৰা পৰাৰ পাছতে আইআইটি বম্বেৰ ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত : উত্তপ্ত শিক্ষানুষ্ঠানৰ চৌহদ

September 19, 2026 11:22 am
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ সংঘৰ্ষ, চিকিৎসক আৰু তিনিগৰাকী ছাত্ৰ আহত

September 19, 2026 11:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd