• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত সদৌ অসম ভিত্তিত প্ৰাইজমানি নাম প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2018 8:17 pm
Nam

প্ৰতিনিধিত্বমূলক ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৩ জানুৱাৰি, ২০১৯ (৮ মাঘ)ত সদৌ জাপৰিগোগ সাৰ্বজনীন পূজা সমিতি আৰু কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ দ্বাৰা এখন সদৌ অসম প্ৰাইজমানি নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

আয়োজক সমিতিয়ে জনোৱামতে, প্ৰতিযোগিতাখন উক্ত দিনা পুৱা ১০ বজাত আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ স্থান সদৌ জাপৰিগোগ সাৰ্বজনীন পূজা সমিতি আৰু কলা-কৃষ্টি বিকাশ কেন্দ্ৰ (গুৱাহাটীৰ গণেশগুৰিৰ সমীপৰ)।

Apply Now

প্ৰতিযোগিতাৰ নিয়ম অনুসৰি, নামতীসকলে দুৰ্গা আৰু শিৱ বিষয়ক নামহে গাব পাৰিব। তাৰোপৰি অন্যান্য নিয়মবোৰো মানি চলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব।

প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থান লাভ কৰা সকলক বঁটাৰ লগতে নগদ ধনৰ পুৰস্কাৰ আগ বঢ়োৱা হ’ব। পুৰস্কাৰসমূহ তলত দিয়া ধৰণৰ-

প্ৰথম পুৰস্কাৰ:- বঁটা আৰু নগদ ৩১ হাজাৰ টকা।

দ্বিতীয় পুৰস্কাৰ:- বঁটা আৰু নগদ ২১ হাজাৰ টকা।

তৃতীয় পুৰস্কাৰ:- বঁটা আৰু নগদ ১১ হাজাৰ টকা।

প্ৰতিযোগিতাৰ নিয়মাৱলী বিস্তাৰিতভাৱে জানিবলৈ প্ৰতিযোগিতাত ভাগ ল’বলৈ ইচ্ছুক নামতীৰ দলে ৯৪৩৫৯৩৩৭৭৯ আৰু ৯৪৩৫১১৩২০৫ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকসমিতিয়ে অনুৰোধ কৰিছে।।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm
শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

August 18, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd