• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ মূৰৰ ওপৰত উঠি কাকো নাচিবলৈ দিয়া নহ’ব : আলফা নেতা জিতেন দত্তৰ হুংকাৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 1, 2018 3:50 pm
2393b821-0076-4b47-a14a-136eac358a6f

বৰপেটাত বৃহস্পতিবাৰে সত্ৰ পৰিদৰ্শন কৰাৰ সময়ত আলোচনাপন্থী আলফা নেতা জিতেন দত্ত। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসমৰ খিলঞ্জীয়াৰ মূৰৰ ওপৰত উঠি কাকো নাচিবলৈ দিয়া নহ’ব,”- এই হুংকাৰ আলফা নেতা জিতেন দত্তৰ ৷ সত্ৰৰ মাটি বেদখল সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে বৰপেটালৈ অহা আলোচনাপন্থী আলফা নেতা গৰাকীয়ে বৰপেটা সত্ৰ প্ৰাংগনত এই হুংকাৰ দিয়ে ৷

তেওঁ কয় যে, অসমীয়া জাতিটোক সুৰক্ষিত কৰিব লাগিলে অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ সত্ৰ, নামঘৰ সমূহ বেদখলৰ পৰা মুক্ত কৰিবই লাগিব ৷ তেওঁ সত্ৰ সমূহৰ মাটি বেদখল সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে অসমীয়া ডেকাশক্তিক লগত লৈ সত্ৰ নামঘৰ সমূহ পৰিদৰ্শন কৰা বুলি জনায় ৷

Apply Now

তেওঁ লগতে কয়, সত্ৰ নামঘৰ সমূহ পৰিদৰ্শন কৰাৰ পিছতেই সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰক দাবী জনোৱা হ’ব ৷ চৰকাৰে এই দাবীসমূহ মানি নল’লে অসমৰ ডেকাশক্তিয়ে সত্ৰ নামঘৰ সমূহ বেদখলমুক্ত কৰাৰ বাবে বিকল্প পথ ল’বলৈ বাধ্য হ’ব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷

ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আলফা নেতা গৰাকীয়ে কয় যে, বিদেশী খেদা আন্দোলনক নেতৃত্ব দিয়া সকলে এতিয়া দিচপুৰত দপদপাই আছে ৷ এইসকল নেতাই সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ নকৰিলে অসমত গণ বিদ্ৰোহ আৰম্ভ হ’ব বুলিও চৰকাৰক সকীয়াই দিয়ে৷

আলোচনাপন্থী আলফা নেতা গৰাকীয়ে আজি লগতে পাটবাউসী সত্ৰও পৰিদৰ্শন কৰি সত্ৰখনৰ বেদখল সন্দৰ্ভত বুজ লয় ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd