DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, December 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নেচনেল হেৰাল্ড গোচৰ: গান্ধী পৰিয়ালৰ সৈতে জড়িত ৭৫২ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2023 8:55 pm
National Herald case
752
VIEWS
Share on FacebookShare on Twitter

নেচনেল হেৰাল্ড গোচৰৰ তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে জড়িত কোম্পানী ইয়ং ইণ্ডিয়ানৰ ৯০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে।

জব্দকৃত সম্পত্তিৰ ভিতৰত দিল্লী আৰু মুম্বাইৰ নেচনেল হেৰাল্ড হাউছ আৰু লক্ষ্ণৌৰ নেহৰু ভৱনো আছে। সূত্ৰই অনুসৰি, জব্দ কৰা এছ’চিয়েটেড জাৰ্নেলৰ সম্পত্তিৰ সামগ্ৰিক মূল্য ৭৫২ কোটি টকা।

নেচনেল হেৰাল্ড কাকতৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগৰ গোচৰৰ তদন্ত অব্যাহত ৰখা ইডিয়ে ইতিপূৰ্বে কংগ্ৰেছ নেতাদ্বয় ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক এই সন্দৰ্ভত সোধা-পোছা কৰিছে।

উল্লেখ্য যে, নেচনেল হেৰাল্ড পৰিচালনা কৰা এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডক অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেডে প্ৰতাৰণা, ষড়যন্ত্ৰ কৰাৰ লগতে অপৰাধমূলক আস্থা ভংগৰ অভিযোগ উত্থাপন হৈছে।

আজি ইডিয়ে এক টুইট যোগে কয় যে, “পি এম এল এ, ২০০২ৰ অধীনত তদন্ত কৰা ধন সৰবৰাহৰ গোচৰত ইডিয়ে ৭৫১.৯ কোটি টকা মূল্যৰ সম্পত্তি সাময়িকভাৱে জব্দ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।”

ইফালে কংগ্ৰেছৰ অভিষেক সিংভীয়ে এক টুইটযোগে বিধানসভা নিৰ্বাচন চলি থকা ৰাজ্যসমূহত সম্ভাৱ্য পৰাজয়ৰ পৰা মনোযোগ আঁতৰাই নিয়াৰ উদ্দেশ্যে ইডিয়ে এইদৰে সম্পত্তি সংলগ্ন কৰাৰ প্ৰতিবেদন প্ৰকাশ কৰা বুলি দাবী কৰিছে।

এনে প্ৰতিশোধৰ কৌশলে কংগ্ৰেছ বা বিৰোধীক দুৰ্বল কৰি তুলিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰিছে।

Recent News

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

তদন্ত আদৰণীয় যদিও বিষয়টো গুৰুতৰ; পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগক লৈ ক্ষোভ আমেৰিকাৰ!

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

প্ৰকাশ পালে সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ গ্ৰুপ বিভাগ; কোন গ্ৰুপত কাৰ লগত থাকিল অসম?

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd