• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া চলচ্চিত্ৰ ‘অপৰূপা’ত অভিনয় কৰা প্ৰসিদ্ধ শিল্পী জ্ঞানপীঠ বঁটা বিজয়ী পদ্মভূষণ গিৰীশ কাৰ্নাডৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 5:42 pm
AParupa

অপৰূপাত অভিনয় কৰা মুহূৰ্তত বিজু ফুকনৰ সৈতে গিৰীশ কাৰ্নাড

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা আৰু বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ ‘অপৰূপা’ত অভিনয় কৰি অসমবাসীৰ চিনাকী লাভ কৰা বিশিষ্ট অভিনেতা, নাট্যকাৰ, সাহিত্যিক  জ্ঞানপীঠ বঁটা বিজয়ী পদ্মভূষণ গিৰীশ কাৰ্নাডৰ  আজি ৮১ বছৰ বয়সত বাংগালুৰুত দেহাৱসান ঘটে।

অসমীয়া চলচ্চিত্ৰত অভিনয়ৰ যোগেৰে অমসৰ লগত সম্পৰ্ক গঢ়ি তোলা বিশিষ্ট অভিনেতাগৰাকীয়ে নাটকৰ লগত থকা সম্পৰ্ক আৰু বক্তৃতা প্ৰদানৰ বাবে বহুবাৰ অসমলৈ আহিছিল। ১৯৯৮ চনত জ্ঞানপীঠ বঁটা লাভ কৰা কাৰ্নাডৰ জন্ম হৈছিল ১৯৩৮ চনত মহাৰাষ্ট্ৰৰ মাথেৰাং নামৰ ঠাইত।

Apply Now

অভিনয়, বিশেষকৈ টেলিভিশ্যন জগতৰ অভিনয় ক্ষেত্ৰলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰেও সন্মানিত কৰিছিল।

অসমীয়াৰ উপৰিও কাৰ্নাডে বহু হিন্দী, কানাড়া চলচ্চিত্ৰ অভিনয় কৰিছিল। মালগুৰি ডেইয়জ, টাইগাৰ জিন্দা হ্যে আদি অভিনেটা গৰাকীয়ে অভিনয় কৰা বলীউদৰ কিছু উল্লেখযোগ্য চলচ্চিত্ৰ।

গীৰিশ কাৰ্নাডৰ কেইখনমান উল্লেখযোগ্য নাটক হ’ল ‘যযাতি’, ‘টোগলক’, নাগমণ্ডল ইত্যাদি। বিশিষ্ট অভিনেটা নাট্যকাৰ অভিনেতাগৰাকীৰ মৃত্যুত দেশৰ লগতে অসমৰ বিভিন্ন স্তৰৰ লোকে শোক প্ৰকাশ কৰিছে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইট যোগে বিশিষ্ট  অভিনেটাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

চলচ্চিত্ৰৰ পৰিচালক জাহ্নু বৰুৱাৰ পত্নী গায়ত্ৰী বৰুৱায়ো শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। ফেইচবুক পোষ্ট যোগে বৰুৱাই শিল্পীগৰাকীৰ তেওঁলোকৰ পৰিয়ালৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি উল্লেখ কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd