• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনপ্ৰিয় কণ্ঠশিল্পী মনোৰঞ্জন গগৈ আৰু নাই : পথ দুৰ্ঘটনাত প্ৰাণ গ’ল জনপ্ৰিয় শিল্পী গৰাকীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 21, 2021 7:01 pm

1 min read

index.jpgaaa
337
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে অতি দুঃখবৰ। জনপ্ৰিয় গণ্ঠশিল্পী মনোৰঞ্জন গগৈ আৰু নাই। এক শোকাৱাহ দুৰ্ঘটনাত প্ৰাণ গৈছে ৰাজ্যৰ বিশিষ্ট শিল্পীগৰাকীৰ।

ঘটনাৰ বিৱৰণীৰ মতে শনিবাৰে এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বিশিষ্ট শিল্পীগৰাকী।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিল্পীগৰাকীক চিকিৎসাৰ বাবে মহানগৰীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও দেওবাৰে জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যু হয়।

লংকেশ্বৰৰ নিৱাসী শিল্পীগৰাকীয়ে বহু জনপ্ৰিয় কালজয়ী গীতত কণ্ঠদান কৰিছিল।

ব’হাগ ধুনীয়া গধূলি পৰত, বিহুতলীলৈ আহিলা বুকুৰ মৰম যাচিলা আদি কালজয়ী গীতে আজিও শ্ৰোতাৰ প্ৰাণ চুই যায়।

উল্লেখ্য যে মনোৰঞ্জন গগৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে শ্ৰোতাৰ হৃদয় স্থান লাভ কৰিবলৈ  সক্ষম হোৱাৰ লগতে তেওঁ আকাশবাণীৰ ‘এ’ গ্ৰেড প্ৰাপ্ত কণ্ঠশিল্পী আছিল।

তেওঁৰ অপঘাত মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলৰ লগতে তেওঁৰ অনুৰাগীসকলক শোকাহত কৰি তুলিছে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd