• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাত এইচ-১বি ভিছা তিনি বছৰলৈ বন্ধ কৰাৰ প্ৰস্তাৱ: বিপদত পৰিব পাৰে বহু ভাৰতীয়

by
May 21, 2026 10:53 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত কাম কৰিবলৈ যোৱা ভাৰতীয়কে ধৰি অন্যান্য বিদেশী নাগৰিকৰ বাবে এক অতি বেয়া খবৰ আহি পৰিছে। আমেৰিকাত এইচ-১বি ভিছা কাৰ্যসূচী সম্পূৰ্ণৰূপে তিনি বছৰৰ বাবে স্থগিত ৰখাৰ এক প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ বাবে দেশখনত এখন নতুন বিধেয়ক উত্থাপন কৰা হৈছে। যদিহে এই বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হয়, তেন্তে কেৱল ভিছা স্থগিত ৰখাই নহয়, সমগ্ৰ ভিছা প্ৰক্ৰিয়াটোতেই এক ডাঙৰ পৰিৱৰ্তন ঘটিব। ইয়াৰ ফলত বৰ্তমান তাত কাম কৰি থকা ভাৰতীয়সকলৰ লগতে আন বিদেশী কৰ্মীসকল ডাঙৰ অসুবিধাত পৰাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, ৰিপাব্লিকান দলৰ ফালৰ পৰা এই বিধেয়কখন অনা হৈছে। তেওঁলোকে দাবী কৰিছে যে এইচ-১বি ভিছাৰ বাবে আমেৰিকাৰ নিজা নাগৰিকসকলৰ বহুত লোকচান হৈছে। তেওঁলোকৰ মতে, ভাৰতীয়কে ধৰি বাহিৰৰ পৰা যোৱা লোকসকলে আমেৰিকানসকলৰ চাকৰি কাঢ়ি লৈছে। সেয়েহে, এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে সলনি কৰাৰ বাবে ইয়াক লগে লগে স্থগিত ৰখাৰ দাবী জনোৱা হৈছে। এই নতুন বিধেয়কখনৰ নাম দিয়া হৈছে ২০২৬ চনৰ এইচ-১বি ভিছা অপব্যৱহাৰ সমাপ্তকৰণ আইন। বৰ্তমানৰ নিয়ম অনুসৰি, এই ভিছা প্ৰথমে তিনি বছৰৰ বাবে দিয়া হয় আৰু পিছলৈ আৰু তিনি বছৰ বঢ়াই মুঠ ছবছৰ কৰিব পাৰি। এই সময়ছোৱাত তেওঁলোকে স্থায়ীভাৱে থাকিবলৈ গ্ৰীণ কাৰ্ডৰ বাবেও আবেদন কৰিব পাৰে।

Apply Now

এই নতুন বিধেয়কখনত ভিছাৰ নিয়মবোৰ বহুখিনি সলনি কৰাৰ কথা কোৱা হৈছে। যদি এই আইনখন বলৱৎ হয়, তেন্তে বছৰেকীয়া এইচ-১বি ভিছাৰ সংখ্যা ৬৫ হাজাৰৰ পৰা কমাই ২৫ হাজাৰ কৰা হ’ব। ইয়াৰ লগতে বৰ্তমানৰ লটাৰী ব্যৱস্থাটো আঁতৰাই দৰমহাৰ ওপৰত ভিত্তি কৰি মানুহ বাছনি কৰা হ’ব, য’ত নূন্যতম দৰমহা বছৰি দুই লাখ ডলাৰ হ’ব লাগিব। আনহাতে, বিদেশী লোকক চাকৰি দিয়াৰ আগতে কোম্পানীবোৰে প্ৰমাণ কৰিব লাগিব যে তেওঁলোকে সেই পদৰ বাবে কোনো যোগ্য আমেৰিকান নাগৰিক বিচাৰি পোৱা নাই। লগতে তেওঁলোকে কোনো আমেৰিকান কৰ্মচাৰীক কামৰ পৰা উলিয়াই দিয়া নাই বুলিও প্ৰমাণ দিব লাগিব। ইয়াৰ উপৰিও, এই ভিছা থকা লোকসকলে একেলগে এটাতকৈ বেছি চাকৰি কৰিব নোৱাৰিব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd