• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিডনীত ভাৰত-অষ্ট্ৰেলিয়াৰ খেল ব্যাহত কৰি খেলপথাৰৰ ভিতৰত ‘আদানি গ্ৰুপ’ৰ বিৰুদ্ধে প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2020 4:45 pm

1 min read

ছিডনীত ভাৰত-অষ্ট্ৰেলিয়াৰ খেল ব্যাহত কৰি খেলপথাৰৰ ভিতৰত ‘আদানি গ্ৰুপ’ৰ বিৰুদ্ধে প্ৰতিবাদ

উৎস-টুইটাৰ

553
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ বাবে দীৰ্ঘদীন ক্ৰিকেটৰ পথাৰৰ পৰা বাহিৰত থকা ভাৰতীয় ক্ৰিকেট দলে আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মাজলৈ উভতি আহিছে।

অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰ’ণ ফিন্সে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু খেলৰ ষষ্ঠ অভাৰ চলি থকাৰ সময়তে সকলোকে হতভম্ব কৰি দুগৰাকী প্ৰতিবাদকাৰীয়ে হাতত বেনাৰ লৈ খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰে।

‘‘ন’ ১ বিলিয়ন আদানি লোন চাইন,’’ প্ৰতিবাদকাৰী দুগৰাকীৰ বেনাৰত এইদৰে লিখা থকা দেখা গ’ল।

প্ৰতিবাদকাৰী দুগৰাকীয়ে এনেদৰে খেলপথাৰত প্ৰৱেশ কৰাৰ ফলত কিছুসময়ৰ বাবে খেল স্থগিত হৈ পৰে কিন্তু পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰী দুগৰাকীক আতৰাই নিয়ে।

আনহাতে, প্ৰতিবাদকাৰী দুগৰাকীয়ে পিন্ধি অহা টি-ছাৰ্টৰ সন্মুখৰ ফালে লিখা আছিল, ‘#ষ্টপআদানি’’ আৰু পাছফালে লিখা আছিল ‘‘ষ্টপ ক’ল(কয়লা) #ষ্টপআদানি, টেক একশ্যন’’।

শেহতীয়াভাৱে প্ৰকাশিত এক বাতৰি অনুসৰি ভাৰতীয় ষ্টেট বেংকে আদানি গ্ৰুপক ১ বিলিয়ন অষ্ট্ৰেলিয়ান ড’লাৰৰ ঋণ দিয়াৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছিল।

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াত কয়লা খনন প্ৰকল্পৰ কাম কৰিবলগীয়া আদানি গ্ৰুপে দেশখনত প্ৰতিবাদৰ সন্মুখিন হৈছিল।

মূলত কয়লা খননৰ বাবে পৰিবেশৰ ওপৰত পৰিব পৰা কু-প্ৰভাৱৰ বাবেই আদানিয়ে এই প্ৰকল্পৰ কামত অষ্ট্ৰেলিয়াত প্ৰতিবাদৰ সন্মুখিন হৈছে।

আদানি গ্ৰুপে উক্ত প্ৰকল্পত কুইলেণ্ডৰ ১৫০০ কৈ অধিক লোকক কৰ্মসংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd