DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী : বন্ধন গোটৰ কাৰ্যালয় ঘেৰাও

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
September 15, 2020 6:18 pm
Screenshot_2020-09-15-17-33-10_1
365
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ বিৰুদ্ধে গ্ৰাহকসকলে বিভিন্ন অভিযোগ উত্থাপনেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

দেশৰ লগতে ৰাজ্যতো অতিমাৰী ক’ৰ’ণাৰ প্ৰতিৰোধৰ বাবে লকডাউন বলৱৎ কৰাৰ ফলত এই আন্দোলনসমূহ কিছু পৰিমাণে স্তিমিত হৈ পৰা দেখা গৈছিল।

আনলক বলৱৎ কৰি চৰকাৰে লকডাউনৰ বিভিন্ন ক্ষেত্ৰত শীথিলতা অনাৰ লগে লগে পুনৰ ৰাজ্যত মাক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ বিৰুদ্ধে গ্ৰাহকসকলে প্ৰতিবাদী কাৰ্যসূচী পুনৰ আৰম্ভ কৰিছে।

আজি যোৰহাট জিলাৰ টিয়কতো বিভিন্ন মাইক্ৰ’ফাইনেন্সকে ধৰি সকলো ক্ষুদ্ৰ ঋণ চৰকাৰে মাফ কৰা, মাইক্ৰ’ফাইনেন্সৰ শোষণ অত্যাচাৰ বন্ধ কৰা, প্ৰচেচিং চাৰ্ভিচ টেস্ক ৰিচিভ আৰু ঋণদাতাসকলক অতি শীঘ্ৰেই ইঞ্চুৰেন্স পলিচি প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাৱ্যস্ত কৰা হয়।

বন্ধন গোটৰ কাৰ্যালয়ত সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি আৰু মাইক্ৰ’ফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰায় শতাধিক পুৰুষ মহিলাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰি মাইক্ৰ’ফাইনেন্স বন্ধ কৰক, কিস্তি তোলা বন্ধ কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশl

কিস্তি তুলিবলৈ যোৱা এজেন্টসকলৰ ব্যৱহাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদীসকলে।

ইয়াৰ লগতে এনেকুৱা ফাইনেন্স কোম্পানীবোৰক নাকি লগাবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ অৱস্থাতে বন্ধন গোটৰ দুই কৰ্মচাৰীৰে প্ৰতিবাদকাৰীৰ লগত খণ্ড যুদ্ধত লিপ্ত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত সংগ্ৰামী ছাত্ৰ নেতা লক্ষ্মণ চাওৰাৰ সহযোগত ঘটনাটো মীমাংসা হয়।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd