• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোডীৰ সমাৱেশত ভাড়াতীয়া ‘সমৰ্থক’! আধা টকা পৰিশোধ কৰাত প্ৰতিবাদ; লজ্জানত বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2022 2:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাৱেশত ভাড়া কৰি অনা হৈছিল ‘সমৰ্থক’! অভিযোগ কৰা হৈছে যে সেই সমৰ্থকসকলক প্ৰতাৰণা কৰা হৈছে। স্থানীয় বিজেপি নেতাজনে সভাত উপস্থিত থাকিলে প্ৰতিজন ব্যক্তিক ৫০০ টকাকৈ পোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু অভিযোগ কৰা হৈছে যে আধা অৰ্থাৎ২৫০ টকাহে আদায় দিয়া হৈছে।

একাংশ লোকে স্থানীয় আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে। ঘটনাটোৰ ভিডিঅ’ মুকলিলৈ অহাৰ লগে লগে কংগ্ৰেছকে ধৰি বিৰোধীদল সৰৱ হৈ পৰে। আৰক্ষীয়ে অৱশ্যে দাবী কৰিছে যে গেৰুৱা নেতা আৰু “সমৰ্থকৰ” মাজত হোৱা আলোচনাত বিবাদটো সমাধান হৈ গৈছে।

লগতে পঢ়ক: দৌৰি তৎ পোৱা নাই নাড্ডা-শ্বাহ! গুজৰাটত নতুন, দলত্যাগীসকলক টিকট দি সংকটত বিজেপি

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ নৱেম্বৰ শুকুৰবাৰে বাংগালুৰুত এখন বৈঠক অনুষ্ঠিত কৰে। একেদিনাই মোদীয়ে কৰ্ণাটকৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ উদ্বোধন কৰে। তেওঁ কেম্পেগৌড়াৰ ১০৮ ফুটৰ মূৰ্তিও উন্মোচন কৰে। অভিযোগকাৰীসকলৰ মতে, তেওঁলোকে বিজেপি নেতাসকলৰ নিৰ্দেশত ভিৰ বৃদ্ধি কৰিবলৈ সভালৈ আহিছিল। গেৰুৱা নেতাজনে ইয়াৰ বাবে ৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সভাৰ শেষত তেওঁলোকক ২৫০ টকাকৈ দিয়া হয়। পিছত শনিবাৰে তেওঁলোকে ৰাজ্যখনৰ চিক্কাবাল্লাপুৰ জিলাৰ শিদলাঘাটাত প্ৰতিবাদ সাব্যস্ত কৰে।

সেই প্ৰতিবাদৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। গেৰুৱা শিবিৰ ঘটনাটোত বৰ অস্বস্তিত পৰিছে। বিৰোধীয়ে ইয়াকেলৈ কটাক্ষ কৰিবলৈ আৰম্ভ কৰিলে। এজন কংগ্ৰেছ নেতাই টুইট কৰে যে প্ৰৱঞ্চিতসকলে স্থানীয় আৰক্ষী থানাত বিজেপি নেতাজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। অৱশ্যে শিদলাঘাটা আৰক্ষীয়ে কয় যে গেৰুৱা নেতাসকলৰ সৈতে প্ৰতিবাদকাৰীসকলৰ আলোচনাৰ সময়ত সমস্যাটো সমাধান হৈছে। মানুহবোৰ এই ক্ষেত্ৰত আইনী ব্যৱস্থাৰ পৰা আঁতৰি আহিছে।

লগতে পঢ়ক: শ্বাহৰ অধিবক্তা হোৱাৰ পুৰস্কাৰ নাছিল পদ; ৰিজিজুৰ কলেজিয়াম প্ৰশ্নৰো উত্তৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ

এজন আৰক্ষী বিষয়াই জনায়, “তেওঁলোকে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল যদিও বিষয়টোৰ পৰৱৰ্তী পদক্ষেপ বাতিল কৰিছে।‘’ কিন্তু ইয়াৰ পাছতো বিৰোধীৰ মুখ বন্ধ কৰিব পৰা নগ’ল। কংগ্ৰেছকে ধৰি কৰ্ণাটকৰ বিৰোধী দলসমূহে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা মোডীৰ সমাৱেশ ভাড়াতীয়া সমৰ্থককলৈ সমালোচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd