• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৌৰি তৎ পোৱা নাই নাড্ডা-শ্বাহ! গুজৰাটত নতুন, দলত্যাগীসকলক টিকট দি সংকটত বিজেপি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 14, 2022 1:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Amit Shah rushes to Gujarat to douse rebellion প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ লগে লগে গুজৰাট বিজেপিৰ ভিতৰচ’ৰাত প্ৰায় বিদ্ৰোহৰ জুই জ্বলিছে। কেইবাজনো প্ৰাক্তন বিধায়কে টিকট নোপোৱাকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছে। অমিত শ্বাহ আৰু জে পি নাড্ডা বিদ্ৰোহৰ মোকাবিলা কৰিবলৈ দৌৰিব লগা হৈছে। গেৰুৱা শিবিৰৰ হেভিৱেট নেতাসকল আহমেদাবাদলৈ ৰাওনা হৈছে। মোডী-শ্বাহে নতুন মুখ, কংগ্ৰেছ আৰু নিৰ্দলীয় দলক প্ৰাৰ্থিত্ব দিবলৈ ৩৮ জন বিধায়কৰ টিকট কাটিছিল। তাতেই ঘটিল বিপদ। যদি বিদ্ৰোহটো নিয়ন্ত্ৰণ নহয় নিৰ্বাচনত ইয়াৰ প্ৰতিফলন ঘটাটো নিশ্চিত।

ছয়বাৰৰ বদোদৰাৰ বিধায়ক মধু শ্ৰীবাস্তৱক এইবাৰ গেৰুৱা শিবিৰে টিকট দিয়া নাই। তালিকাখন প্ৰকাশ হোৱাৰ লগে লগে জ্যেষ্ঠ বিধায়কজনে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী হৰ্ষ সাংভিয়ে শ্বাহৰ দূত হিচাপে বদোদৰালৈ গৈছিল। কিন্তু শ্ৰীবাস্তৱ আৰু তেওঁৰ অনুগামীসকলে তেওঁক সাক্ষাৎ কৰাটো দূৰৰে কথা, দেওবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত এক বৃহৎ প্ৰতিবাদহে সাব্যস্ত কৰিছিল।

লগতে পঢ়ক: শ্বাহৰ অধিবক্তা হোৱাৰ পুৰস্কাৰ নাছিল পদ; ৰিজিজুৰ কলেজিয়াম প্ৰশ্নৰো উত্তৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ

Apply Now

ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত আৰক্ষী পিকেট স্থাপন কৰিব লগা হয়। বিক্ষুব্ধ প্ৰাক্তন বিধায়কজনে কয় যে তেওঁক কৰ্মী আৰু সমৰ্থকসকলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিবলৈ কৈছে। তেওঁ তেওঁলোকৰ দাবীক গুৰুত্ব দিবলৈ যুঁজ দিব।

বিজেপিয়ে ৰাজ্যখনৰ এজন প্ৰাক্তন বিধায়ক আৰু জনজাতীয় নেতা হৰ্ষদ ভাসাভাক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। দুদিন আগতে তেওঁ ৰাজ্যিক কাৰ্যালয়ক ক্ষোভৰ বিষয়ে অৱগত কৰিছিল। শনিবাৰে, তেওঁৰ সমৰ্থকসকলৰ সৈতে, তেওঁ তেওঁৰ পুৰণি সমষ্টি নৰ্মদা জিলাৰ নান্দোদ আসনৰ বাবে মনোনয়ন দাখিল কৰে। ভাসাভা বৰ্তমান ৰাজ্যিক বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি। তেওঁ ১০ বছৰ ধৰি ৰাজপিপলাৰ বিধায়ক আছিল। তেওঁক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবে বিজেপিয়ে নান্দোদ আৰু ৰাজপিপলা দুয়োখন আসনতে মূল্য ভৰিব লগা হ’ব পাৰে।

লগতে পঢ়ক: ভাৰতত পুনৰ ভূমিকম্প; এইবাৰ কঁপি উঠিল পঞ্জাৱ

বিজেপিয়ে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ চান্দু দেশমুখৰ কন্যা দৰ্শনাক ৰাজপিপলাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। অমিত শ্বাহৰ টীমে বদোদৰা জিলাৰ পাদ্ৰা আসনৰ পৰা চৈতান্য সিং জালা নামৰ এখন নতুন মুখকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আসনখনৰ প্ৰাক্তন বিধায়ক দিনেশ পেটেলেও নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে। যদিও কংগ্ৰেছে যোৱাবাৰ আসনখন জিকিছিল, দিনেশ অঞ্চলটোৰ এজন প্ৰভাৱশালী নেতা হিচাপে পৰিচিত। তেওঁ বদোদৰা ডেইৰীৰ অধ্যক্ষ আৰু জিলাখনৰ সমবায় আন্দোলনৰ এক পৰিচিত মুখ।

সৌৰাষ্ট্ৰতো ক্ষোভৰ জুইয়ে বিষম ৰূপ লৈছে। কাৰ্জান আসনত কংগ্ৰেছৰ পৰা অহা প্ৰাৰ্থী অক্ষয় পেটেলক প্ৰাৰ্থিত্ব দিয়াত জিলা বিজেপি প্ৰায় বিভক্ত হৈ পৰিছে। প্ৰাক্তন বিধায়ক সতীশ পেটেলে দল ত্যাগ কৰিছে আৰু নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰিছে।

দেৱভাই মালামক বিধায়ক অৰবিন্দ লাদানীৰ ঠাইত কেশোদ আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ লগে লগে মন্ত্ৰী লাদানীয়ে দলৰ সকলো পদৰ পৰা পদত্যাগ কৰে।

লগতে পঢ়ক: স্লোভেনিয়াৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নাটাছা; আছিল মেলানিয়া ট্ৰাম্পৰ অধিবক্তা

জানিব পৰা মতে, অমিত শ্বাহ ইতিমধ্যে দলৰ বিদ্ৰোহ নিয়ন্ত্ৰণৰ বাবে আহমেদাবাদলৈ দৌৰিছে। জে পি নাড্ডাইও শীঘ্ৰেই আহমেদাবাদলৈ যোৱাৰ সিদ্ধান্ত লৈছে কিয়নো প্ৰাৰ্থিত্বকলৈ ক্ষোভ  ৰাজপথ আহি পাইছে। তেওঁলোকে প্ৰতিবাদকাৰীসকলৰ সৈতে কথা পাতিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd