• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রৱেশ মাচুল বৃদ্ধি : ৰংঘৰ, তলাতল ঘৰৰ টিকট ঘৰত পুনৰ ওলমিল তলা

প্ৰৱেশ মাচুল বৃদ্ধিক লৈ ৰংঘৰ তলাতল ঘৰৰ সন্মুখত পুনৰ উত্তাল প্ৰতিবাদ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 9, 2018 2:44 pm
IMG-20181209-WA0003

শিৱসাগৰৰ ৰংঘৰৰ সন্মুখত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

263
VIEWS
Share on FacebookShare on Twitter

প্ৰৱেশ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে ৰংঘৰ আৰু তলাতল ঘৰ।  প্ৰৱেশ মাচুল ২৫ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, জয়সাগৰ আঞ্চলিকে পুনৰ ৰংঘৰ  আৰু তলাতল ঘৰৰ টিকট ঘৰত তলা ওলমাই দিয়ে।

উল্লেখ্য যে,  চাৰি মাহৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ত্ব বিভাগে হঠাতে ঐতিহাসিক সম্পদ সমুহৰ দৰ্শনাৰ্থীৰ প্ৰৱেশ মাচুল বৃদ্ধি কৰিছিল। ইয়াৰ প্ৰতিবাদত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিকে এ টি ৰোড অৱৰোধৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে যেৱা আগষ্ট মাহৰ ২৯ তাৰিখে ৰংঘৰ, তলাতল ঘৰৰ টিকট ঘৰত তলা ওলমাই দি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

পৰৱৰ্তী সময়ত ত্ৰিপাক্ষিক বৈঠকত বিষয়টো মীমাংসাৰ বাবে জিলা প্ৰশাসনে তিনি মাহ সময়সীমা ধাৰ্য্য কৰিছিল। কিন্তু সেই বৈঠকৰ চাৰিমাহ অতিক্ৰম কৰাৰ পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

সেয়েহে, আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই মহিলা মঞ্চৰ সহায়ত শতাধিক সদস্যৰ উপস্থিতিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰংঘৰ আৰু তলাতল ঘৰৰ টিকট ঘৰত পুনৰ তলা ওলমাই দিয়ে।

অৱশ্যে পিছত আৰক্ষী উপস্থিত হৈ ৰংঘৰৰ সন্মুখৰ পৰা অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd