• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষক বিদ্ৰোহৰ ১০০ দিন : ‘৩ কষি আইন বাতিল নকৰালৈকে অব্যাহত থাকিব কৃষক বিক্ষোভ’, টিকাইত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 2:33 pm
rakeshtikait-1613549030
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী সীমান্তত অব্যাহত থকা কৃষক বিদ্ৰোহে ১০০ টা দিন অতিক্রম কৰিলে। আজিৰ পৰা এশ দিনৰ পূৰ্বে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত কেন্দ্ৰই প্ৰণয়ন কৰা তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী ঘেৰাও কৰাৰ মানসেৰে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।

কিন্তু দিল্লী আৰক্ষীয়ে দেশৰ ৰাজধানীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰাৰ ফলত বিদ্ৰোহী কৃষকসকলক হাৰিয়ানা আৰু দিল্লী সীমান্তৱৰ্তী অঞ্চলত অবিৰতভাৱে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

ইয়াৰ পিছতে ৰহাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, উত্তৰাখাণ্ড, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ কৃষকসকলেও দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশ আৰু দিল্লী সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতি বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে।

এই অবিৰত বিক্ষোভে আজি ১০০ টা দিন অতিক্ৰম কৰিছে। এই এশদিনীয়া বিক্ষোভৰ সময়ত চৰকাৰৰ সৈতে কৃষক নেতৃত্বৰ ১০ লানিৰো অধিক বৈঠক অনুষ্ঠিত হৈছিল যদিও প্ৰতিখন বৈঠকতেই কোনো সমাধান সূত্ৰ নোলাল, কাৰ্যতঃ বৈঠকসমূহ বিফল হয়।

ইয়াৰ মাজতে সংযুক্ত কৃষক মৰ্চাই ২৬ জানুৱাৰিত দিল্লী ট্ৰেক্টৰ ৰেলী, ভাৰত বন্ধ, দেশজুৰি চকা বন্ধ, চাৰি ঘণ্টীয়া ৰে’ল অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ল’লেও চৰকাৰে কৃষি আইন বাতিলৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

সংযুক্ত কৃষক মৰ্চাই ইয়াৰ পিছত কেবা লাখ ট্ৰেক্টৰেৰে পুনৰ দিল্লী চলো ট্ৰেক্টৰ ৰেলী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰি আহিছে।

ইফালে কৃষক বিক্ষোভে এশ দিন অতিক্ৰম কৰাৰ দিনটোতে সংযুক্ত কিষাণ মৰ্চাৰ নেতা ৰাকেশ টাকইতে ঘোষণা কৰিছে যে কেন্দ্ৰই তিনি কৃষি আইন বাতিল নকৰাৰ পৰ্যন্ত কৃষক বিক্ষোভ অব্যাহত থাকিব।

কৃষক বিক্ষোভে ১০০ দিন সম্পূৰ্ণ কৰাৰ দিনা অৰ্থাৎ শনিবাৰে মুজাফাৰনগৰৰ ৰামৰঞ্জানত কৃষকক উদ্দেশ্যি টিকাইতে কয় যে চৰকাৰে আমাৰ দাবী মানি কৃষি আইন বাতিল নকৰাৰ পৰ্যন্ত আমি আমাৰ দাবীত অটল হৈ থাকিম।

টিকাইতে লগতে কয় যে তিনি কৃষি আইন বাতিলৰ দাবীত অহা ২৭ মাৰ্চত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ পৰা বহু ট্ৰেক্টৰ গাজীপুৰত বিক্ষোভস্থলীত উপস্থিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ   

ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ  

July 5, 2026 4:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd