DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজেপিৰ গুণ্ডাগিৰিৰ প্ৰতিবাদত শিৱসাগৰত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 29, 2019 6:14 pm
AASU Sivasagar
583
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৭ জানুৱাৰিত নলবাৰীৰ ঘগ্ৰাপাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক বিজেপিৰ গুণ্ডাবাহিনীয়ে আৰক্ষী থানাৰ ভিতৰত গৈ আক্ৰমণ কৰাৰ প্ৰদিবাদত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি আছুয়ে ১ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি দিনৰ ১২ বজাৰ পৰা ১ বজালৈ গৌৰীসাগৰত এই অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়। পথ অৱৰোধৰ ফলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে শতাধিক যান বাহন আৱদ্ধ হৈ পৰে।

প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল’গান দি অৱৰোধস্থলী উত্তাল কৰি তোলে।

আজিৰ এই অৱৰোধ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গোবিন ফুকন আৰু প্ৰদীপ বুঢ়াগোহাঁই, জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰূপ বৰা, সম্পাদক সমীৰণ ফুকনকে ধৰি কেইবা শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে আছুৰ এই অৱৰোধ কাৰ্যসূচীৰ প্ৰতি গৌৰিসাগৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সহাৰি জনোৱা দেখা গ’ল।

Recent News

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

নেতৃত্বৰ ওপৰত ক্ষোভ! কাশ্মীৰৰ নিৰ্বাচন সমিতিৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ

নেতৃত্বৰ ওপৰত ক্ষোভ! কাশ্মীৰৰ নিৰ্বাচন সমিতিৰ পৰা পদত্যাগ গুলাম নবী আজাদৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd