• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ বাসগৃহৰ বাহিৰত গণ প্ৰতিবাদ; হৈছে কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 9:26 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা মাহত গাজা ষ্ট্ৰিপৰ আশে-পাশে থকা সম্প্ৰদায়সমূহৰ ওপৰত হামাছৰ বন্দুকধাৰীয়ে মাৰাত্মক আক্ৰমণ চলোৱা ঘটনাৰ প্ৰতিৰোধ ব্যৰ্থতাৰ বাবে ব্যাপক ক্ষোভৰ মাজতে শনিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বাসগৃহৰ বাহিৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়ে।

নীলা আৰু বগা ইজৰাইলৰ পতাকা জোকাৰি আৰু “এতিয়া জেল!”, ধ্বনি দি শ শ লোকে জেৰুজালেমত নেতানিয়াহুৰ বাসগৃহৰ চাৰিওফালে আৰক্ষীৰ বাধাৰ মাজেৰে আগবাঢ়ে।

সমীক্ষাই প্ৰকাশ কৰা ইজৰাইলৰ তিনি চতুৰ্থাংশতকৈ অধিক লোকে নেতানিয়াহুৱে পদত্যাগ কৰিব লাগে বুলি বিশ্বাস কৰাৰ কথাটোৰ লগতে এই প্ৰতিবাদে তেওঁলোকৰ ৰাজনৈতিক আৰু নিৰাপত্তা প্ৰদানকাৰী নেতাসকলৰ ওপৰত জনসাধাৰণৰ ক্ৰমাৎ বৃদ্ধি পোৱা ক্ষোভৰ কথাকে প্ৰতীয়মান কৰে।

Apply Now

লগতে পঢ়কঃ মহান কোহলিৰ ‘বিৰাট’ মন্তব্য! অভিলেখ স্পৰ্শ কৰি ক’লে, তেওঁৰ দৰে কেতিয়াও হ’ব নোৱাৰো, তেওঁৱেই মোৰ হিৰ’

যোৱা ৭ অক্টোবৰত দক্ষিণ ইজৰাইলত শ শ হামাছৰ বন্দুকধাৰীয়ে ধুমুহাৰ দৰে প্ৰৱেশ কৰি চলোৱা আক্ৰমণৰ ফলত ১৪০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ২৪০ জন লোকক পণবন্দী কৰি লোৱাৰ ফলত হোৱা ব্যৰ্থতাৰ বাবে এতিয়ালৈকে নেতানিয়াহুৱে ব্যক্তিগত দায়িত্ব গ্ৰহণ কৰা নাই।

প্ৰাৰম্ভিক আঘাতৰ যন্ত্ৰণা লাহে লাহে মাৰ যোৱাৰ লগে লগে জনসাধাৰণৰ ক্ষোভ বাঢ়িছে, গাজাত ৰখা পণবন্দীসকলৰ বহু পৰিয়ালে চৰকাৰী সঁহাৰিক তিক্তভাৱে সমালোচনা কৰি তেওঁলোকৰ আত্মীয়ক ঘুৰাই অনাৰ আহ্বান জনাইছে।

টেল আভিভত হাজাৰ হাজাৰ লোকে পতাকা উৰুৱাই আৰু গাজাত বন্দীসকলৰ কিছুমানৰ ফটো আৰু “যিকোনো মূল্যত এতিয়া পণবন্দীসকলক মুকলি কৰি দিয়ক” আদি শ্লোগান থকা পোষ্টাৰ লৈ বিক্ষোভ প্ৰদৰ্শন কৰে আৰু “তেওঁলোকক এতিয়াই ঘুৰাই আনক” ধ্বনি দিয়ে।

লগতে পঢ়কঃ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিলে মহাদেব বুক এপকে ধৰি ২২টা অবৈধ বেটিং এপ তথা ৱেবছাইট

হামাছৰ আক্ৰমণৰ পিছতে ইজৰাইলে গাজাত তীব্ৰ বায়ু আৰু স্থল আক্ৰমণ চলাইছে, হামাছৰ দ্বাৰা পৰিচালিত অঞ্চলটোৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা মতে ৯ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু এনক্লেভৰ বৃহৎ অঞ্চল ধ্বংসাৱশেষত পৰিণত হৈছে।

যুদ্ধৰ পূৰ্বেও নেতানিয়াহু এজন বিভাজনকাৰী ব্যক্তি আছিল, দুৰ্নীতিৰ অভিযোগৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছিল যিটো তেওঁ অস্বীকাৰ কৰে, আৰু তেওঁৰ ন্যায়পালিকাৰ ক্ষমতা হস্তগত কৰাৰ পৰিকল্পনাৰ প্ৰতিবাদত লাখ লাখ লোক ৰাজপথলৈ ওলাই আহিছিল।

শনিবাৰে ইজৰাইলৰ চেনেল ১৩ টেলিভিছনৰ বাবে কৰা এক সমীক্ষাত দেখা গৈছে যে ৭৬% ইজৰাইলীয়ে এতিয়া অভিলেখ সৃষ্টিকাৰী ষষ্ঠবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নেতানিয়াহুৱে পদত্যাগ কৰিব লাগে বুলি ভাবে আৰু ৬৪% লোকে যুদ্ধৰ পিছতে লগে লগে দেশখনে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি কয়।

লগতে পঢ়কঃ বিশ্বকাপৰ ফাইনেলৰ দিনাই এয়াৰ ইণ্ডিয়াৰ বিমান উৰুৱাই দিয়াৰ হুংকাৰ খালিস্তানী নেতাৰ

সমীক্ষা অনুসৰি, উক্ত আক্ৰমণৰ বাবে কোনে বেছি দোষী বুলি সোধাত ৪৪% ইজৰাইলী লোকে নেতানিয়াহুক দোষাৰোপ কৰাৰ বিপৰীতে ৩৩% লোকে সামৰিক চীফ অফ ষ্টাফ আৰু আইডিএফৰ জ্যেষ্ঠ বিষয়াক দোষাৰোপ কৰে আৰু ৫% লোকে প্ৰতিৰক্ষা মন্ত্ৰীক দোষাৰোপ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd