• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নগা দুষ্কৃতিকাৰীৰ আক্ৰমণক লৈ উৰিয়ামঘাটত তীব্ৰ প্ৰতিবাদ; অসম চৰকাৰৰ নিষ্ক্ৰিয়তাক সমালোচনা স্থানীয় ৰাইজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2025 9:30 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট অঞ্চলত যোৱা ২৯ অক্টোবৰত নগা দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলোৱাৰ অভিযোগক লৈ অঞ্চলটোত জনতাৰ ক্ষোভ ব্যাপক ৰূপত বৃদ্ধি পাইছে। অসম চৰকাৰ আৰু সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত উদাসীনতা আৰু পক্ষপাতিত্ব প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

শেহতীয়া তথ্য অনুসৰি, দুষ্কৃতিকাৰীসকলে সদ্য উচ্ছেদ কৰা অঞ্চলত অসম চৰকাৰে ৰোপণ কৰা হাজাৰ হাজাৰ উৰিয়াম পুলি কাটি পেলায়। উৰিয়ামঘাট সোণাৰিবিল অঞ্চলত বন বিভাগে ৰোপণ কৰা গছ-গছনিও ধ্বংস কৰা বুলি জানিব পৰা গৈছে।

Apply Now

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে এই ঘটনাৰ সৈতে নাগালেণ্ড প্ৰশাসনৰ বিষয়াসকল প্ৰত্যক্ষভাৱে জড়িত। সীমান্তৱৰ্তী অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱন, মাটি আৰু সম্পত্তি সুৰক্ষিত কৰাত ৰাজ্য প্ৰশাসন ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা সংগথন সমূহে।

উল্লেখ্য যে ব্যাপক প্ৰতিবাদ আৰু জনতাৰ ক্ষোভৰ বাবে ৩০ অক্টোবৰত ১৪২ চি আৰ পি এফৰ ছেক্টৰ কমাণ্ডেণ্ট ইউইথুলিউ নিউমাইক বদলি কৰা হয়। এই পদক্ষেপে নিৰাপত্তা বাহিনীৰ ভূমিকাক লৈ উত্থাপিত অভিযোগসমূহক অধিক গুৰুত্ব প্ৰদান কৰিছে।

শনিবাৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই (DMSS) সৰুপথাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু ছাত্ৰ সংগঠনটোৱে সীমান্তবাসীক সুৰক্ষা প্ৰদান কৰাত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাক তীব্ৰ গৰিহণা দিয়ে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ “অসম–নাগালেণ্ড সীমান্ত সমস্যা স্থায়ীভাৱে সমাধান কৰক” আৰু “অসমৰ সীমান্তবাসীৰ জীৱন আৰু ভূমি ৰক্ষা কৰক” ধ্বনীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ছাত্ৰ নেতাসকলে আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ আৰু তাৎক্ষণিক চৰকাৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ছাত্ৰ নেতাসকলে ৰাজ্য আৰু কেন্দ্ৰীয় কৰ্তৃপক্ষ উভয়কে আন্তঃৰাজ্যিক সীমান্তত স্থায়ী শান্তি নিশ্চিত কৰিবলৈ আহ্বান জনাই আৰু চৰকাৰৰ এনে উদাসীনতাই অঞ্চলটোত অধিক অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd