• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰমহাভোগী কৰ্মচাৰীৰ বাবে দু:খৱৰ: ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰভিডেন্ট ফাণ্ডৰ সুতৰ হাৰ হ্ৰাস

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2020 3:15 pm
eb2125bc77f8a0ef9970410820cba0f7
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছয় কোটি গ্ৰাহকলৈ দু:খৱৰ কঠিয়াই ২০২০বিত্তীয় বৰ্ষত ইপিএফে সুতৰ হাৰ হ্ৰাস কৰিছে ৮.৫ শতাংশলৈ।

দৰমহাভোগী কৰ্মচাৰীৰ বাবে বেয়া এয়া খৱৰ। কিয়নো ২০২০ বিত্তীয় বৰ্ষত তেওঁলোকৰ প্ৰভিডেন্ট ফাণ্ড (পি এফ)ত জমা কৰা  ধনৰ সুতৰ হাৰ হ্ৰাস কৰা হৈছে।

Apply Now

কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ সংস্থা দ্য চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টিছ ফৰ এমপ্ল’য়িজ প্ৰভিডেন্ট ফাণ্ড অ’ৰ্গেনাইজেশ্যন (ইপিএফঅ’)ই প্ৰভিডেন্ট ফাণ্ডৰ জমাত প্ৰায় ৬ কোটি গ্ৰাহকৰ বাবে চলিচ বিত্তীয় বৰ্ষত যোৱা পাঁচ বছৰৰ সৰ্বনিম্ন ৮.৫ শতাংশ সুতৰ হাৰত অনুমোদন জনাইছে।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টিছৰ বৈঠকত ইপিএফঅ’ই কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ জমা ধনত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ৮.৫ শতাংশ সুতৰ হাৰ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ জমা ধনত দিয়া এই সুতৰ হাৰ পূৰ্বৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ৮.৬৫ শতাংশতকৈ নিম্ন হাৰ।

বৈঠকৰ পাছত শ্ৰম মন্ত্ৰ্যালয়ে সদৰী কৰে যে নতুন ইপিএফৰ সুতৰ হাৰ ৮.৬৫ শতাংশৰ বিপৰীতে ৮.৫০ শতাংশ হ’ব।

এতিয়া বিষয়টোত শ্ৰম মন্ত্ৰ্যালয়ে বিত্ত মন্ত্ৰ্যালয়ৰ সন্মতি লোৱা প্ৰয়োজন হ’ব। বিত্ত মন্ত্ৰ্যালয়ে পাব্লিক প্ৰভিডেন্ট ফাণ্ড আৰু প’ষ্ট অফিচ চেভিং আঁচনিৰ দৰে  চৰকাৰৰ দ্বাৰা পৰিচালিত আন ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ দৰে ইপিএফৰ সুতৰ হাৰ নিৰ্দ্ধাৰণৰ বাবেও পৰোক্ষভাৱে হেচা দিয়ে।

ইপিএফঅ’ই ইয়াৰ গ্ৰাহকক ২০১৬-১৭ বৰ্ষত ৮.৬৫শতাংশ আৰু ২০১৭-২০১৮বৰ্ষত ৮.৫৫ শতাংশ সুতৰ হাৰ আগবঢ়াইছিল। আনহাতে, ২০১৫-১৬ বিত্তীয় বৰ্ষত সুতৰ হাৰ আছিল ৮.৮শতাংশ। সেইদৰে ২০১৩-১৪বিত্তীয় বৰ্ষত ই ৮.৭৫ শতাংশ আৰু তাৰ আগেয়ে ২০১২-১৩ বিত্তীয় বৰ্ষত ৮.৫ শতাংশ সুতৰ হাৰ আগবঢ়াইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd